ETV Bharat / state

নামনিমুৱা কলংপাৰ ৰে'লত জব্দ 300লিটাৰ চুলাই - Etv Bharat Assam

ৰাজ্যৰ বহু অঞ্চলত এতিয়াও অব্যাহত আছে অবৈধ চুলাই মদৰ বেহা ৷ বিশেষকৈ ৰে'লেৰে বিভিন্ন ঠাইৰ পৰা অসমলৈ নিতৌ সৰবৰাহ হৈ আছে শ শ লিটাৰ চুলাই

নামনিমুৱা কলংপাৰ ৰে'লত জব্দ 300লিটাৰ চুলাই
author img

By

Published : Apr 3, 2019, 8:02 PM IST

গুৱাহাটী, 3 এপ্ৰিলঃনাৰেংগী ৰেলৱে আৰক্ষীয়ে জব্দ কৰে 300লিটাৰ অবৈধ চুলাই মদ ৷ নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে’লত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চুলাইখিনি ৷ আৰক্ষীয়ে জব্দ হোৱা চুলাইখিনি পৰৱৰ্তী সময়ত নষ্ট কৰি পেলায় ৷

নামনিমুৱা কলংপাৰ ৰে'লত জব্দ 300লিটাৰ চুলাই

গুৱাহাটী, 3 এপ্ৰিলঃনাৰেংগী ৰেলৱে আৰক্ষীয়ে জব্দ কৰে 300লিটাৰ অবৈধ চুলাই মদ ৷ নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে’লত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চুলাইখিনি ৷ আৰক্ষীয়ে জব্দ হোৱা চুলাইখিনি পৰৱৰ্তী সময়ত নষ্ট কৰি পেলায় ৷

নামনিমুৱা কলংপাৰ ৰে'লত জব্দ 300লিটাৰ চুলাই
 ৰাজ্যৰ বহু অঞ্চলত এতিয়াও অবাধে চলি  আছে চুলাই মদৰ বেহা ৷ বিশেষকৈ ৰেলেৰে বিভিন্ন ঠাইৰ পৰা নিতৌ সৰবৰাহ হৈ আছে শ শ লিটাৰ চুলাই মদ ৷ বুধবাৰে নাৰেংগী ষ্টেচনত ৰেল আৰক্ষীৰ হাতত জব্দ হ'ল ৩ শ লিটাৰ চুলাই মদ ৷ নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে’লৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চুলাই মদ খিনি ৷ ৰে’ল আৰক্ষীয়ে  জব্দ হোৱা চুলাই মদ খিনি পৰবৰ্তী সময়ত নষ্ট কৰি পেলাই ৷ 


Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.