ETV Bharat / state

ছয়মাইল উৰণীয়া সেঁতু দখল সন্দেহযুক্ত নাগৰিকৰ ! - মহানগৰীৰ ছয়মাইল

উল্লেখযোগ্য যে, যি সময়ত GMCৰ অনুমতি নোহোৱাকৈ মহানগৰীত এখন বেনাৰ পোষ্টাৰ লগোৱা সম্ভৱ নহয়  সেই সময়ত প্ৰায় শ শ বিপনী দৃষ্টিগোচৰ নোহোৱাতো ৰহস্যৰ বিষয় ।

ছয়মাইল উৰণীয়া সেতু দখল সন্দেহযুক্ত নাগৰিকৰ
author img

By

Published : Sep 2, 2019, 4:55 PM IST

Updated : Sep 2, 2019, 5:04 PM IST

গুৱাহাটী, 2 চেপ্তেম্বৰঃ নিশাৰ ভিতৰতে ছয়মাইল উৰণীয়া সেঁতু দখল সন্দেহযুক্ত নাগৰিকৰ । মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত অবৈধ ভাবে নিশাটোৰ ভিতৰতে নিৰ্মাণ হ'ল শ শ মাছ, শাকপাঁচলি , ফলমূলকে ধৰি বিভিন্ন বিপনী ।

যি সময়ত ফাঁচী বজাৰৰ , গণেশগুৰিকে ধৰি পদপথৰ বিপনীসমূহ গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । সেই সময়তে মহানগৰীৰ ছয়মাইলত কাঠফুলৰ দৰে গঢ় লৈছে একাংশ সন্দেহযুক্ত নাগৰিকৰ বিপনী ।

ছয়মাইল উৰণীয়া সেতু দখল সন্দেহযুক্ত নাগৰিকৰ

আনহাতে, ছয়মাইলৰ এই অবৈধ বজাৰ খন গঢ় দিয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ আছে । প্ৰতিদিনে এখন বিপনী পৰা ২০০ ৰ পৰা ৩০০ টকালৈ গুণ্ডা কৰ লয় এই চক্ৰটোৱে । উল্লেখযোগ্য যে, যি সময়ত GMCৰ অনুমতি নোহোৱাকৈ মহানগৰীত এখন বেনাৰ পোষ্টাৰ লগোৱা সম্ভৱ নহয় সেই সময়ত প্ৰায় শ শ বিপনী দৃষ্টিগোচৰ নোহোৱাতো ৰহস্যৰ বিষয় ।

Intro:নিশাৰ ভিতৰতে ছয়মাইল উৰণীয়া সেতু দখল সন্দেহযুক্ত নাগৰিকৰ । মহানগৰীৰ ছয়মাইলৰ উৰণীয়াসেতুৰ তলত অবৈধ ভাবে নিশাটোৰ ভিতৰতে নিৰ্মান হল শ শ মাছ, শাকপাঁচলি , ফলমূলকে ধৰি বিভিন্ন বিপনি ।

Body:যি সময়ত ফাঁচী বজাৰৰ , গণেশগুৰিকে ধৰি পদ পথৰ বিপনি সমূহ গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । সেই সময়তে মহানগৰীৰ ছয়মাইলত GMC ৰ নাকৰ তলেৰে কাঠফুলৰ দৰে গঢ় লৈছে একাংশ সন্ধেযুক্ত নাগৰিকৰ বিপনি ।

Conclusion:আনহাতে যে ছয়মাইলৰ এই অব্যধ বজাৰ খন গঢ় দিয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ আছে । প্ৰতিদিনে এখন বিপনি পৰা ২০০ ৰ পৰা ৩০০ তকালৈ গুদা কৰ লয় এই চক্ৰ টোৱে । উল্লেখযোগ্য যে যি সময়ত GMC ৰ অনুমতি নোহোৱাকৈ এখন বেনাৰ ফুষ্টাৰ লগোৱা সম্ভৱ নহয় মহানগৰীত সেই সময়ত প্ৰায় শ শ বিপনি দৃষ্টিগোচৰ নোহোৱাতো ৰহস্যৰ বিষয় ।
Last Updated : Sep 2, 2019, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.