ETV Bharat / state

QS World University Ranking 2021 ৰ 41 তম স্থানত IIT guwahati

author img

By

Published : Jun 10, 2021, 10:43 AM IST

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটী আইআইটি(IIT guwahati) য়ে ৷ গৱেষণা বিষয়ত বিশ্বৰ ভিতৰতে 41 তম স্থান লাভ কৰিছে গুৱাহাটী আইআইটি(IIT guwahati)য়ে ৷ QS World University Ranking 2021 ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

IIT Guwahati ranked 41 in the world in research
গৱেষণাত বিশ্ব ভিতৰত 41 তম স্থানত আইআইটি গুৱাহাটী

বাইহাটা,10 জুন : ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটী আইআইটি(IIT guwahati) য়ে ৷ গৱেষণা বিষয়ত বিশ্বৰ ভিতৰতে 41 তম স্থান লাভ কৰিছে গুৱাহাটী আইআইটি(IIT guwahati)য়ে ৷ QS World University Ranking 2021 ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

তথ্য অনুসৰি বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আইআইটি গুৱাহাটী(IIT guwahati) য়ে ৩৯৫ তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, পূৰ্বতে আইআইটি গুৱাহাটী(IIT guwahati) য়ে বিশ্বৰ ভিতৰত ৪৭০ তম স্থান দখল কৰিছিল ৷

লগতে পঢ়ক: মৰিয়নীৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.