গুৱাহাটী,3 চেপ্তেম্বৰ: কৰ’ণাত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসে ৷ বিগত কিছুদিন ধৰি মহানগৰীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট অভিনেত্ৰীগৰাকীৰ স্বামী ৷ ইফালে, অভিনেত্ৰীগৰাকীও কোভিড 19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷
লগতে চাওকঃ এগৰাকী অস্তিত্বহীন ব্যক্তি পৃথ্বীৰাজ নাৰায়ণ দেৱ: ৰঞ্জিত বসুমতাৰী