ETV Bharat / state

গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ - জব্দ

নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ডিমাপুৰৰ পৰা পশ্চিমবংগৰ কলকাতালৈ সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মহম্মদ হাৰিষ মহাম্মদে ৷ জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় 43 লাখ টকা বুলি জানিব পৰা গৈছে ৷

গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ
author img

By

Published : Apr 28, 2019, 12:58 PM IST

গুৱাহাটী, 28 এপ্ৰিল : গুৱাহাটী ৰে'ল ষ্টেচনত দেওবাৰে পুৱা বৃহৎ পৰিমানৰ সোণ জব্দ কৰা হয় ৷ জব্দকৃত সোণখিনিৰ ওজন 1.298 কিল'গ্ৰাম বুলি জানিব পৰা গৈছে ৷

পুৱা গুৱাহাটী ৰে'ল ষ্টেচনৰ 1 নম্বৰৰ প্লেটফৰ্মত নিয়মীয়া তালাচীত হম্মদ হাৰিষ মহম্মদ নামৰ এজন লোকৰ পৰা ৰে'ল আৰক্ষীয়ে 8 খন সোণৰ বিস্কুট জব্দ কৰে ৷ লগতে এই সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে হম্মদ হাৰিষ মহম্মদ নামৰ লোকজনক আটক কৰে ৷

গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ

উল্লেখ্য যে উপ-পৰিদৰ্শক এছ কে সিংহৰ অভিযানত সোণখিনি জব্দ কৰা হয় ৷ জানিব পৰামতে নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ডিমাপুৰৰ পৰা পশ্চিমবংগৰ কলকাতালৈ সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ধৃত মহম্মদ হাৰিষ মহাম্মদে ৷ জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় 43 লাখ টকা বুলি জানিব পৰা গৈছে ৷

Intro:গুৱাহাটী ৰেল ষ্টেচনত ১.৩০০ কিল'গ্ৰাম সোন জব্দ।

Body:গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ। জব্দ কৰা সোন খিনিৰ ওজন ১.২৯৮ কিল'গ্ৰাম। পুৱা ৭.৪৫ বজাত নিয়মীয়া তালাচিত ১ নম্বৰ প্লেটফাৰ্মত উদ্ধাৰ সোন খিনি। আঠ খন সোন বিস্কুট সহ ৰেল আৰক্ষীয়ে হম্মদ হাৰিষ মহাম্মদে নামৰ লোক জনক গ্ৰেফতাৰ কৰিছে। নামনিমুৱা কামৰূপ এক্সপ্ৰেছত সোন খিনি ডিমাপুৰৰ পৰা পশ্চিম বংগৰ কলকতালৈ সোন খিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মহম্মদ হাৰিষ মহাম্মদে। জব্ধ কৰা সোনাৰ বিস্কুটৰ মূল্যা প্রায় ৪৩ লাখ টকা। এছ আই এছ কে সিংহই অভিযান চলাই সোণখিনি জব্দ কৰে।

Conclusion:Asrar Ansari and Pallav Bora
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.