গুৱাহাটী, ৯ মাৰ্চঃশনিবাৰে দিনৰ প্ৰায়১বজাত কামাখ্যা ৰে'ল ষ্টেচনত এজন সন্দেহজনক লোকক আৰক্ষীয়ে আটক কৰি লোকজনৰ পৰা ৬লাখ ৪৬হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
প্ৰায় 6 লক্ষাধিক টকা উদ্ধাৰ কামাখ্যা ষ্টেচনত