ETV Bharat / state

কাৰ্গিল যুদ্ধৰ ভেটেৰান কেনেকৈ বিদেশী হ'ব পাৰে ?

author img

By

Published : Jun 5, 2019, 6:57 PM IST

বিদেশী বুলি ঘোষণা কৰা প্ৰাক্তন সেনা বিষয়া তথা অসম আৰক্ষীৰ সীমান্ত শাখাৰ এগৰাকী উপ-পৰিদৰ্শক সোনা উল্লাহৰ গৃহত উপস্থিত হয় কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি ৷ সংগঠনৰ সদস্যসকলে এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে শীঘ্ৰেই সোনা উল্লাহক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷

সোনা উল্লাহ

গুৱাহাটী, 5 জুনঃ প্ৰাক্তন সেনা বিষয়া তথা কাৰ্গিল যুদ্ধ ভেটেৰান সোনা উল্লাহৰ পৰিয়ালৰ কাষত উপস্থিত কেইবাটাও সংগঠন ৷ ফ'ৰাম ফ'ৰ চ'ছিয়েল হাৰমণিৰ উদ্যোগত সন্মিলিত সংগ্ৰাম সমিতি, স্বৰাজ অসম, সন্মিলিত জনগোষ্ঠী সংগ্ৰাম সমিতি আৰু আইছা নামৰ সংগঠনকেইটাই আজি সোনাউল্লাহৰ গৃহত উপস্থিত হয় ৷

অধিক পঢ়কঃ জীৱনৰ 30 বছৰ উচৰ্গা কৰি বিদেশীৰ আখ্যা

সংগঠনকেইটাই সোনাউল্লাহক শৰণাৰ্থী শিৱিৰলৈ পঠিওৱাৰ বিৰোধিতা কৰাৰ লগতে, পৰিয়ালৰ লোকৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰে ৷ কাৰ্গিল যুদ্ধত ভাৰতৰ হৈ পাকিস্তানৰ বিৰুদ্ধে বন্দুক চলোৱা সোনাউল্লাহ কেনেকৈ বিদেশী হ'ব পাৰে তাক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে ৷ আনহাতে সোনাউল্লাহৰ ঘটনাৰ পিচতেই গাঁওখনৰে এগৰাকী লোকে আত্মহত্যাৰ পথ বাছি লোৱা বুলি প্ৰকাশ কৰে ফ'ৰাম ফ'ৰ চ'ছিয়েল হাৰমণিৰ সদস্য মুকুটলোচন কলিতাই ৷

Intro:কাৰ্গিল যুদ্ধৰ আহত সৈনিক তথা সদ্য দিতেনচন কেম্পত বন্দী চানাউল্লাহৰ কাষত ফৰাম ফৰ চচিয়েল হাৰমণিৰ উদ্যোগত সন্মিলিত সংগ্ৰাম সমিতিৰ লগতে বহু কেইটা সংগঠনে।কাৰ্গিল যুদ্ধত ভাৰতৰ হৈ থিয় দিয়া অৰ্থাৎ ভাৰত হকে যুদ্ধ কৰা এজন ব্যক্তি কেনেকৈ বিদেশী হব পাৰে সেই লৈ বিৰোধিতা সংগঠনৰ। চানাউল্লাহ দিতেনচন কেম্প লৈ পঠোৱাৰ বিৰোধিতা স্বৰাজ অসম, সন্মিলিত জনগোষ্টী সংগ্ৰাম সমিতি আৰু আইছা এই সংগঠনৰ । চনাউল্লাহৰ পুৰণি ঘৰ ,গাওঁ ত গৈ পৰিয়ালৰ লোকৰ সৈতে সহমৰ্মিতা প্ৰকাশ সংগঠনকেইটাৰ ।

Body:চানাউল্লাহ ঘটনাৰ পিছতে এতিয়া শংকিত তেখেতৰ গাঁও ৰ সকলো লোকৰ। সংগঠন কেইটাৰ দাবী চানাউল্লাহক দিতেনচন কেম্পৰ পৰা মুক্তি দিব লাগে।
চানাউল্লাহক দিতেনচন কেম্প লৈ পঠোৱাৰ ঘটনাৰ পৰা এইয়া স্পষ্ট যে ডি ভোটাৰ তথা ট্ৰিবুনেল ব্যৱস্থা সাংঘাতিক ভাবে ক্ৰুটি পূৰ্ণ। লগতে সংগঠনৰ সদস্য মুকুৎলোচন কলিতাই কয় যে দিতেনচন কেম্প পঠোৱাৰ ভয়ত চানাউল্লাহৰ ঘৰৰ ওচৰৰ গাওঁ ৰ এজন লোকে আত্মহত্যা দৰে পথ বাছি লৈছে।
বিতে:- মুকুত লোচন।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.