ETV Bharat / state

হোটেল ৰেডিচন ব্লু'ত 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ - guwahati

এতিয়াৰে পৰা মহানগৰীতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্যসমূহৰ জুতি ল’ব পাৰিব গুৱাহাটীবাসী ৰাইজে ৷শনিবাৰৰ পৰা পৰা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হৈছে 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ।

হোটেল ৰেডিচন ব্লু'ত 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ
author img

By

Published : Jul 7, 2019, 3:29 AM IST

7 জুলাইঃ এতিয়াৰে পৰা মহানগৰীতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্যসমূহৰ জুতি ল’ব পাৰিব গুৱাহাটীবাসী ৰাইজে ৷শনিবাৰৰ পৰা পৰা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হৈছে 'খাও গাল্লি' শীৰ্ষক খাদ্য মহোৎসৱ। প্ৰতি শণিবাৰে একোখনকৈ ৰাজ্যৰ পদপথৰ দোকানৰ বিশেষ খাদ্যৰ জুতি ল'ব পাৰিব গ্ৰাহকে। কলিকতাৰ বিশেষ খাদ্যৰে শুভাৰম্ভণি কৰা হয় এই মহোৎসৱৰ।

হোটেল ৰেডিচন ব্লু'ত 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ

কলিকতাৰ আটাইটকৈ চৰ্চিত জালমুৰি, ৰোল, লুচি আদি খাদ্য গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা হয়। দেশৰ খাদ্যসমূহৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে পঞ্চতাৰকা যুক্ত হোটেলখনত আয়োজন কৰা হৈছে এই মহোৎসৱৰ। ইফালে অতি কম মূল্যৰ বিনিময়ত গ্ৰাহকে জুতি ল'ব পাৰিব নানা ধৰণৰ খাদ্যৰ।

Intro:দেশৰ বিভিন্ন প্ৰান্তৰ পদপথৰ দোকানৰ সুস্বাদু খাদ্য পঞ্চতাৰকাযুক্ত হোটেল ৰেডিচন ব্লু'ত। এতিয়াৰে পৰা মহানগৰীতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্যসমূহৰ জুতি ল'ব পাৰিব আপুনি। শণিবাৰৰে পৰা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হৈছে 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ। এই মহোৎসৱত প্ৰতি শণিবাৰে একোখনকৈ ৰাজ্যৰ পদপথৰ দোকানৰ বিশেষ খাদ্যৰ জুতি ল'ব পাৰিব গ্ৰাহকে। কলিকতাৰ বিশেষ খাদ্যৰে শুভাৰম্ভণি কৰা হয় এই মহোৎসৱৰ।

Body:কলিকতাত আটাইটকৈ চৰ্চিত জালমূৰি, ৰোল, লুচি আদি খাদ্য গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা হয়। দেশৰ খাদ্যসমূহৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে পঞ্চতাৰকা যুক্ত হোটেলখনত আয়োজন কৰা হৈছে এই মহোৎসৱৰ। ইফালে অতি কম মূল্যৰ বিনিময়ত গ্ৰাহকে জুতি ল'ব পাৰিব নানা ধৰণৰ খাদ্যৰ।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.