আজিৰ দিনটোৰ ৰাশিফল :
মেষ ৰাশি : সতৰ্কতা অৱলম্বন কৰক ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ ভাল লক্ষ্যত সফলতা লাভ কৰিব ৷ কিন্তু বন্ধুৰ লগত তৰ্কত জড়িত হৈ পৰিব পাৰে ৷
বৃষ ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ যাৰ প্ৰভাৱ কর্মত পৰাৰ সম্ভাৱনাই প্ৰকত ৷ কর্মত জীৱন বিপদ হোৱাৰ শংকা ৷ নিজৰ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷
মিথুন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ সফলতা লাভ কৰিব ৷ আপোনাৰ আজি ভাগ্য উদয় হোৱাৰ সম্ভাৱনা আছে ৷
ককৰ্ট ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাই নিৰুৎসাহী কৰি তুলিব পাৰে ৷ হানিকাৰক আলোচনা নকৰিব ৷ নিন্দা আৰু নিৰুৎসাহি,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
সিংহ ৰাশি : জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ হতাশ নহ’ব ৷ পুনৰ চেষ্টা কৰিব ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ নতুন ব্যৱসায়ত মন মেলিব পাৰে ৷
কন্যা ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত বন্ধু-বৰ্গ লগতে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, কিন্তু লক্ষ্য সফল হʼব ৷ প্ৰেমত ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷
তুলা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । প্ৰেমত শুভ ৷ দিনটো আনন্দময় হ’ব ৷ ধৈৰ্য্যশীল হওক, সফলতা লাভ কৰিব ৷
বৃশ্চিক ৰাশি : আজি আপুনি নিজৰ প্ৰতিভা আৰু শিল্পৰ গুণাগুণ ব্যৱহাৰ কৰিব ৷ বিবাহৰ যোগ ৷ নতুন বন্ধু লাভ কৰিব ৷ প্ৰেমত শুভ ৷ নতুন পৰিকল্পনা কৰিব পাৰে ৷ নতুন গৃহ লোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷
ধনু ৰাশি : কৰ্মত ব্যস্ততা বাঢ়িব ৷ বিবাহৰ সংযোগ ঘটিব পাৰে ৷ পৰচৰ্চা নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰক ৷
মকৰ ৰাশি : নিজৰ ব্যৱসায় আৰু প্ৰেম সম্পর্ক মনোযোগ দিব ৷ কর্মত ব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱান্বিত কৰিব ৷ ব্যৱসায় বিধি পালন কৰক ৷ সফলতা লাভ কৰিব ৷
কুম্ভ ৰাশি : দিনটো আনন্দময় হʼব ৷ ভ্ৰমণৰ যোগ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰ্তব্য পালন কৰিব ৷
মীন ৰাশি : বিপদাৰ আশংকা কম ৷ তথাপিও কৰ্ম তথা ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰিব ৷ নতুন ব্যৱসায়ত মন মেলিব পাৰে ৷ কিন্তু ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ লগত সম্পর্ক ভালেই হʼব ৷ প্ৰেমত শুভ ৷