আজিৰ দিনটোৰ ৰাশিফল :
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-1.png)
মেষ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কাম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ যিয়ে কর্মক প্ৰভাৱান্বিত কৰিব ৷ আজি দিনটোত বিপদাশংকা থাকিব পাৰে ৷
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-2.png)
বৃষ ৰাশি : আপোনাৰ ভাল গুণৰ বাবে কঠিন পৰিস্থিতিত সঠিক ফলতা লাভ কৰিব ৷ বিবাহৰ যোগ ৷ আপুনি কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ লক্ষ্যত সফল হʼব ৷ সন্তানৰ শুভ ৷
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-3.png)
মিথুন ৰাশি : জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ বাবে সহায় হʼব ৷ আপুনি দৃঢ় বিশ্বাস আৰু নিজৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত । আপুনি কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-8.png)
কৰ্কট ৰাশি : আবেলি আপোনাৰ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ আপোনাৰ নিজৰ প্ৰতিভাক বিকাশিত কৰা এটা দিন ৷ ব্যৱসায় কৰিলে সফল হʼব ৷ ব্যৱসায় বৃদ্ধি হʼব ৷ ব্যৱসায়ত খৰচ বৃদ্ধি হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব|
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-5.png)
সিংহ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আজি মন ৰোমাঞ্চকৰ হৈ পৰিব । নতুন ব্যৱসায় হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ গ্ৰহণ কৰা ভাল হʼব ৷
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-6.png)
কন্যা ৰাশি : আপোনাৰ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ শ্বেয়াৰ বজাৰ আৰু জুৱাই আপোনাক হতাশ কৰিব । সাৱধানে থাকক । আজি গোটেই দিন আপুনি পুৰণি দিনৰ কথা মনত পেলাই বিষণ্ণ হৈ থাকিব । বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব ।
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-7.png)
তুলা ৰাশি : শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো কঠিন । সন্তানক লৈ দুশ্চিন্তাই আপোনাক আমনি দি থাকিব পাৰে । আপুনি পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ কাঠৰ বস্তু নতুনকৈ নিৰ্মাণ কৰিব ৷
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-4.png)
বৃশ্চিক ৰাশি : আজি আপুনি আৰ্থিকভাৱে লাভবান হ’ব পাৰে । স্ত্ৰীভাগ্য আপোনাৰ অনুকূলত থাকিব । আজিৰ দিনটো নতুন কাম হাতত লোৱাৰ বাবে শুভ । সৰু-সুৰা ভ্ৰমণৰ যোগ আছে । আজি আপুনি মানসিকভাৱে সুস্থ থাকিব ।
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-9.png)
ধনু ৰাশি :আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি কিছুসময়ৰ বাবে অকলে আৰু নিৰ্জনতাত থাকিবলৈ বিচাৰিব । আপুনি শান্ত বা মধুৰ বাক্য শুনোতাসকলৰ পৰা উৎসাহিত হʼব | আজি ধ্যান বা যোগ কৰা প্ৰয়োজন, তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব |
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-10.png)
মকৰ ৰাশি : সময় উলিয়াই নিজৰ যত্ন ল'ব ৷ আপোনজনৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব ৷ যুক্তিৰে কাম কৰক ৷ অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰি থাকক ৷ গাড়ী সাৱধানে চলাব ৷ পৰিশ্ৰমৰ মাজতে সন্তানৰ সুখে আনন্দিত কৰিব৷
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-11.png)
কুম্ভ ৰাশি : বিবাহিতসকলৰ বাবে দিনটো এক প্ৰকাৰ ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত যাত্ৰা হ'ব পাৰে ৷ সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰক ৷ অন্যথা কষ্ট পাব ৷ সন্তানৰ বাবে চিন্তাত পৰিব ৷
![horoscope](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12309874_horoscope-12.png)
মীন ৰাশি : কৰ্মজীৱনত অশান্তি হ'ব পাৰে ৷ কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব ৷ নতুন বন্ধু লাভ কৰিব ৷ খৰচ বৃদ্ধি হ'ব পাৰে ৷ নতুন সম্পত্তি লাভ কৰিব ৷ প্ৰেমত শুভ ৷ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব ৷ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব ৷