ETV Bharat / state

প্ৰয়াত তৰুণ গগৈৰ সৈতে থকা স্মৃতি সোঁৱৰণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Nov 26, 2020, 9:43 PM IST

জননেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়াত গগৈৰ একালৰ সোঁহাত স্বৰূপ আছিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালত মন্ত্ৰী ড০ শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বহুখিনি কাম কৰিছিল। পূৰ্বৰ সেই স্মৃতি সোঁৱৰণ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

himanta-biswa-sharma-comments-on-ex-cm-tarun-gogoi
প্ৰয়াত তৰুণ গগৈৰ সৈতে থকা স্মৃতি সোঁৱৰণ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, 26 নৱেম্বৰঃ পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। মহানগৰীৰ নৱগ্ৰহ শ্মশানত অন্তোষ্টিক্ৰিয়া সম্পন্ন হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। জননেতাগৰাকী শেষকৃত্য সম্পন্ন কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়াত গগৈৰ একালৰ সোঁহাত স্বৰূপ আছিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালত মন্ত্ৰী ড০ শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বহুখিনি কাম কৰিছিল। পূৰ্বৰ সেই স্মৃতি সোঁৱৰণ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে ক'লে, নৱ অসম নিৰ্মাণৰ খনিকৰ আছিল তৰুণ গগৈ। ৰাজ্যৰ হিতৰ বাবে যথেষ্ট সংখ্যক কাম কৰি গৈছে তেখেতে। তেখেতৰ সেই কামসমূহ ইতিহাসত লিপিবদ্ধ হৈ থাকিব। ২০০১ চনৰ পৰা ২০১২ চনলৈ গগৈৰ কাৰ্যকাল সোণোৱালী আখৰেৰে লিখা থাকিব। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰ আৰু পৰিয়ালৰ মাজত সৃষ্টি হোৱা মতানৈক্য সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পৰিয়ালক কথা মতেই চৰকাৰে পাৰ্যমানে সহায় কৰিছে বুলিও উল্লেখ কৰে শৰ্মাই।

লগতে পঢ়কঃ বানবিধস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.