ETV Bharat / state

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা টুইট - মন্ত্ৰীগৰাকীৰ টুইটাৰ একান্টৰ পৰা ৰাজ্যত পুনৰ আঠজনকৈ লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰে দুষ্টচক্ৰই

সোমবাৰে দুপৰীয়া মন্ত্ৰীগৰাকীৰ টুইটাৰ একান্টৰ পৰা ৰাজ্যত পুনৰ আঠজনকৈ লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰে দুষ্টচক্ৰই ৷

HIMANTA BISWA SARMA FAKE TWEET ABOUT COVID 19
হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা টুইটাৰ স্ক্ৰীণশ্ব'ট
author img

By

Published : May 11, 2020, 7:43 PM IST

গুৱাহাটী, 11 মে' : স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা টুইটাৰ স্ক্ৰীণশ্ব'ট ৷ মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউন্টৰ পৰা শেহতীয়াকৈ COVID 19 আক্ৰান্তৰ সন্দৰ্ভত দিয়া এটা প'ষ্টৰ স্ক্ৰীণশ্ব'ট লৈ পুনৰ সম্পাদন কৰি ভুৱা তথ্যৰে অপপ্ৰচাৰ চলালে কোনো দুষ্টচক্ৰই ৷

HIMANTA BISWA SARMA FAKE TWEET ABOUT COVID 19
হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা টুইটাৰ স্ক্ৰীণশ্ব'ট

এই কাণ্ড ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে স্পটীকৰণ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.