ETV Bharat / state

আছু আৰু শিল্পী সমাজে ঘোষণা কৰিলে সন্মিলিত প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Dec 11, 2019, 10:29 PM IST

বৃহস্পতিবাৰে লতাশিলত অনুষ্ঠিত হ'ব লগা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সমূহ ৰাইজক আহ্বান জনালে সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গে ৷ গণতান্ত্ৰিক আন্দোলনক উত্তাল কৰিব খোজা অশুভ শক্তিক পৰিহাৰৰ অনুৰোধ জনালে দুয়োজনে ৷

hilpi homaj and AASU together combined protest against cab in guwahati
কেবৰ বিৰুদ্ধে সন্মিলিতভাৱে প্ৰতিবাদত নামিব আছু আৰু শিল্পী সমাজ

গুৱাহাটী , 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বুধবাৰে মহানগৰীৰ লতাশিল খেল পথাৰত সন্মিলিত হ'ল আছু আৰু শিল্পী সমাজ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গ একেলগ হৈ জনসাধাৰণক শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই নিবলৈ আহ্বান জনায় ৷ কেব বিৰোধী আন্দোলনৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবৰলৈ 1 ঘণ্টাৰ বাবে আলোচনাত বহে আছু আৰু শিল্পী সমাজ ৷ আলোচনাৰ অন্তত বৃহস্পতিবাৰে 11 বজাৰ পৰা এক শান্তিপূৰ্ণ প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰে আছু আৰু শিল্পী সমাজে ৷

কেবৰ বিৰুদ্ধে সন্মিলিতভাৱে প্ৰতিবাদত নামিব আছু আৰু শিল্পী সমাজ
অসমবাসীক 12 ডিচেম্বৰ , বৃহস্পতিবাৰে লতাশিলত অনুষ্ঠিত হ'ব লগা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সমূহ ৰাইজক আহ্বান জনালে দুয়োটী সংগঠনে ৷ কিছু অশুভ শক্তিয়ে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনক উত্তাল কৰিব খুজিছে , সেই অশুভ শক্তিক পৰিহাৰ কৰি একত্ৰিত হৈ গণতান্ত্ৰিক আন্দোলনৰ বাবে আহ্বান জনালে সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গে ৷

লগতে পঢ়কঃৰাজ্যসভাত গৃহীত হ'ল CAB

Intro:লতাশিল খেল পথাৰত শান্তিপূৰ্ণ কেব বিৰোধী আন্দোলন আছু আৰু শিল্পী সমাজ এক লগ হৈ। সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গে একলগ হৈ এই কথা কয় যে ৰাজ্যত এতিয়া যি উত্তাল প্ৰতিবাদ হৈ আছে সেই প্ৰতিবাদ নহয় শান্তি পূৰ্ণ প্ৰতিবাদ হব লাগে ।শিল্পী সমাজ আৰু আছুৰ 1 ঘণ্টাৰ আলোচনাৰ অন্তত সিদ্ধান্ত।12 তাৰিখ বৃহস্পতিবাৰে 11 বজাত এক লগ হওক সকলো ৰাইজ লতাশিল খেলপথাৰত।

Body:কেব বিৰোধী শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাইলৈ অৰ্থাৎ 12 তাৰিখ বৃহস্পতিবাৰে সকলোকে ঐক্যবদ্ধ হৈ ওলাই আহিবলৈ অনুৰোধ জনায় লতাশিল খেল পথাৰলৈ। লতাশিল খেল পথাৰত 11 বজাৰ পৰা হব কেব বিৰোধী প্ৰতিবাদ। কিছু অশুভ শক্তিয়ে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনক উত্তাল কৰিব খুজিছে গতিকে অসমৰ ৰাইজক একত্ৰিত হৈ গণতান্ত্ৰিক আন্দোলনৰ বাবে আহ্বান সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.