ETV Bharat / state

গুৱাহাটীত মুকলি হিৰোৰ নতুন শ্ব ৰুম

বড়াগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই নতুন শ্ব ৰুম মুকলি কৰে অসমীয়া চলচ্চিত্ৰৰ জগতৰ জনপ্ৰিয় অভিনেতা কপিল বৰাই ।

author img

By

Published : Jun 16, 2019, 5:06 AM IST

গুৱাহাটীত মুকলি হিৰোৰ নতুন শ্ব ৰুম

গুৱাহাটী,16 জুন : গুৱাহাটীৰ বড়াগাঁৱত মুকলি হ'ল হিৰোৰ মটৰ চাইকেলৰ নতুন শ্ব ৰুম । গুৱাহাটীৰ হিৰোৰ এয়া প্ৰথমটো শ্ব ৰুম য'ত গ্ৰাহকৰ বাবে উপলব্ধ হব ইক' ফ্ৰেণ্ডলী স্কুটি অৰ্থাৎ বিনা পেট্ৰলৰ প্ৰদূষণ মুক্ত দুচকীয়া বাহন । বড়াগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই নতুন শ্ব ৰুম মুকলি কৰে অসমীয়া চলচ্চিত্ৰৰ জগতৰ জনপ্ৰিয় অভিনেতা কপিল বৰাই । 47000 টকাৰ পৰা উপলব্ধ হোৱা এই হিৰো স্কুটিৰ গ্ৰাহক সকলে কোনো ধৰণৰ লাইচেন্স অথবা পঞ্জীয়ন কৰিব লগা নহয় । কেৱল এয়াই নহয়, 4 ঘণ্টা সময় চার্জ কৰাৰ পিছত 70 কিলোমিটাৰ পৰ্যন্ত একেৰাহে চলিব তথা শব্দ প্ৰদূষণৰ পৰাও এই স্কুটি মুক্ত বুলি জানিবলৈ দিয়ে হিৰোৰ স্বত্বাধিকাৰীয়ে ৷

গুৱাহাটীত মুকলি হিৰোৰ নতুন শ্ব ৰুম

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বৰ্ধিত প্ৰদূষণক ৰোধ কৰাৰ বাবে হিৰোৰ এই পদক্ষেপ সুন্দৰ বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে । লগতে ৰাইজে এনে স্কুটি সমূহক আদৰি লৈ প্ৰদূষণ ৰোধত অৱদান আগবঢ়াব বুলিও আশাবাদী বুলি প্ৰকাশ কৰে কপিল বৰাই৷

Intro: গুৱাহাটীৰ বঢ়াগাঁওত মুকলি হল হিৰো ৰ এক ইলেক্ট্রিক মটৰ চাইকেলৰ নতুন শ্ব ৰুম। গুৱাহাটীৰ হিৰো ৰ এয়া প্ৰথমটো শ্ব ৰুম যত গ্ৰাহকৰ বাবে উপলব্ধ হব ইক ফ্রেণ্ডলি স্কুটি অৰ্থাৎ বিনা পেট্ৰলৰ প্ৰদূষণ মুক্ত দুচকীয়া বাহন । বঢ়াগাঁওৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এই নতুন শ্ব ৰুম মুকলি কৰে অসমীয়া চলচ্চিত্ৰৰ জগতৰ জনপ্ৰিয় অভিনেতা কপিল বৰাই। 47000 টকাৰ পৰা উপলব্ধ হোৱা এই হিৰো স্কুটিৰ গ্ৰাহক সকলে কোনো ধৰণৰ লাইচেন্স অথবা পঞ্জীয়নৰ কৰিব লগা নহয়।

Body:ইয়াৰ উপৰিও বিভিন্ন ৰঙৰ লগতে বিভিন্ন দামৰ মনৰ পছন্দৰ স্কুটি গুৱাহাটীত মুকলি কৰিবলৈ পাই স্বাভাৱিকতে সুখী কপিল বৰা। কপিল বৰাই কয় যে বৰ্ধিত প্ৰদূষণক ৰোধ কৰাৰ বাবে হিৰো এয়া সুন্দৰ পদক্ষেপ। লগতে ৰাইজে এনে স্কুটি সমূহক আদৰি লৈ প্ৰদূষণ ৰোধত অৱদান আগবঢ়াব বুলি আশাবাদী তেওঁ।
Bite:-কপিল বৰা।
হিৰো ৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া অনুসৰি 4 ঘণ্টা সময় এবাৰ চার্জ কৰাৰ পিছত 70 কিলোমিটাৰ পৰ্যন্ত একেৰাহে চলিব বুলি কলে তেওঁ। লগতে শব্দ প্ৰদূষণ পৰাও মুক্ত এই স্কুটি।
Bite:-স্বত্বাধিকাৰী।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.