ETV Bharat / state

ডাউন টাউন বিশ্ববিদ্যালয়ৰ ক’ভিড হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

author img

By

Published : Jun 3, 2021, 10:18 PM IST

বৃহস্পতিবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ত স্থাপন কৰি থকা অস্থায়ী ক’ভিড হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ আগন্তুক দহদিনৰ ভিতৰত ৰোগীৰ বাবে কাৰ্যক্ষম হৈ উঠিব হাস্পতালখন ৷

keshab mahanta in assam down town university
ডাউন টাউন বিশ্ববিদ্যালয়ৰ ক’ভিড হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

গুৱাহাটী,3 জুন : অসম ডাউন টাউন বিশ্ববিদ্যালয়ত স্থাপন কৰি থকা অস্থায়ী ক’ভিড হাস্পতাল পৰিদৰ্শন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনত স্থাপন কৰি থকা 400 বিচনাযুক্ত ক’ভিড হাস্পতালখন পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । আগন্তুক দহদিনৰ ভিতৰত হাস্পতালখন ৰোগীৰ বাবে কাৰ্যক্ষম হৈ উঠিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, বিশ্ববিদ্যালয়খনত নিৰ্মাণ কৰি থকা 400 খন বিচনাযুক্ত হাস্পতালত 100 খন আইচিইউ বিচনাৰ লগতে থাকিব 300 খন অক্সিজেন সংযুক্ত বিচনা । উল্লেখ্য যে, চলিত বৰ্ষৰ 21 মে’ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মাজত সম্পাদিত হৈছিল এখন বুজাবুজিৰ চুক্তি । আগন্তুক পাঁচ বছৰলৈ জৰুৰীকালীন সময়ত এই হাস্পতালখন ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক : এখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.