ETV Bharat / state

হায়াট হাস্পাতালত প্ৰি-ভোগালী উৎসৱ

author img

By

Published : Jan 11, 2020, 11:34 PM IST

বিহুৰ সময়ত চিকিৎসাৰ বাবে নিজ ঘৰত উপস্থিত থাকিব নোৱাৰা ৰোগীসকলক মানসিকভাৱে কিছু উৎসাহ দিয়াৰ বাবেই হায়াট হাস্পাতালত প্ৰি-ভোগালী উৎসৱ ৷

প্ৰি-ভোগালী উৎসৱ
প্ৰি-ভোগালী উৎসৱ

গুৱাহাটী, 11 জানুৱাৰী: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন ৷ ভোগালী বিহুক লৈ উচাহৰ অন্ত নাই সকলোৰে ৷ ভোগালীৰ প্ৰাকক্ষণত মহানগৰীৰ হায়াট হাস্পতালে অনুষ্ঠিত কৰিলে প্ৰি ভোগালী উৎসৱ ৷ বিহুৰ সময়ত চিকিৎসাৰ বাবে নিজ ঘৰত উপস্থিত থাকিব নোৱাৰা ৰোগীসকলক মানসিকভাৱে কিছু উৎসাহ দিয়াৰ বাবেই এই প্ৰচেষ্টা চিকিৎসালয়খনৰ ৷ শনিবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী চেতনা দাস আৰু গায়ক বিমান বৰুৱা ৷ শিল্পীদ্বয়ে ৰোগীসকলৰ মাজত ভোগালীৰ বিভিন্ন পিঠা পনা বিতৰণ কৰে ৷ চিকিৎসালয়খনৰ এই প্ৰচেষ্টাক ৰোগীসকলৰ লগতে সকলোৱে শলাগ লয় ৷ লগতে চৰকাৰে শিল্পীসকলে মঞ্চত গীত পৰিবেশন কৰিলে জি এচ টি দিব লাগিব বুলি কৰা ঘোষণাৰো তীব্ৰ সমালোচনা কৰে দুই শিল্পীয়ে ৷

Intro:হায়াত হাস্পতালত অনুষ্ঠিত হয় প্ৰি ভোগালী উৎসৱ Body:
Vo:: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন ৷ ভোগালী বিহুক লৈ উচাহৰ অন্ত নাই সকলোৰে ৷ ভোগালীৰ প্ৰাকক্ষনত মহানগৰীৰ হায়াট হাস্পতালে অনুষ্ঠিত কৰিলে প্ৰি ভোগালী উৎসৱ ৷ বিহুৰ সময়ত চিকিৎসাৰ বাবে নিজ ঘৰত উপস্থিত থাকিব নোৱাৰা ৰোগী সকলক মানসিক ভাৱে কিছু উচাহ দিয়াৰ বাবেই এই প্ৰচেষ্টা হাস্পতালখনৰ ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী চেতনা দাস আৰু গায়ক বিমান বৰুৱা ৷ দোয়োজন শিল্পীয়ে ৰোগীসকলৰ মাজত ভোগালীৰ বিভিন্ন পিঠা পনা বিতৰণ কৰে ৷ হাস্পতালখনৰ এই প্ৰচেষ্টাক ৰোগীসকলৰ লগতে সকলোৱে শলাগ লয় ৷ লগতে চৰকাৰে শিল্পী সকলে মঞ্চত গীত পৰিবেশন কৰিলে জি এচ টি দিবলাগিব বুলি কৰা ঘোষণাৰো তীব্ৰ সমালোচনা কৰে দুই শিল্পীয়ে ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.