ETV Bharat / state

স্মাৰ্ট চিটিত স্মাট চোৰঃ কেমেৰাৰ সন্মুখত চিলনী চোৰৰ সন্ত্ৰাস

author img

By

Published : Sep 14, 2019, 4:42 AM IST

Updated : Sep 14, 2019, 9:31 AM IST

এইবাৰ ডকাইতিৰ স্থান জালুকবাৰী উৰণীয়া। শুকুৰবাৰে বাইকৰে অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন।

স্মাৰ্ট চিটিত স্মাট চোৰঃ কেমেৰাৰ সমুখত চিলনী চোৰৰ সন্ত্ৰাস

গুৱাহাটী, 14 চেপ্তেম্বৰঃ মহানগৰীত আৰক্ষীৰ নিৰাপত্তাক অংগুষ্ঠ প্ৰদৰ্শন কৰি প্ৰতিদিনেই সংঘটিত হৈছে ডকাইতি কাণ্ড ৷ এইবাৰ ডকাইতিৰ স্থান জালুকবাৰী উৰণীয়া সেঁতু। শুকুৰবাৰে বাইকৰে অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন। ৰুণু কলিতা আৰু ৰুমি দাস নামৰ মহিলা দুগৰাকী জালুকবাৰীত ৰৈ থকা অৱস্থাতে দুই দুৰ্বৃত্তই সোণৰ চেইন কাঢ়ি পলায়ন কৰে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।

Intro:মহানগৰীত প্ৰতিদিনেই সংঘটিত হৈ আছে ডকাইতি কাণ্ড। স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিৰাপত্তাক অংগুষ্ঠ প্ৰদৰ্শন কৰি পুণৰ ডকাইতি কাণ্ড। এইবাৰ স্থান জালুকবাৰী উৰণীয়া সেঁতু। এগৰাকী মহিলাৰ দিঙিৰ পৰা বাইকৰে অহা দুই দুবৃত্তই কাঢ়ি লৈ যায় সোণৰ চেইন। ৰুণু কলিতা আৰু ৰুমি দাস নাম মহিলা দুগৰাকী ৰৈ থকা অৱস্থাতে জালুকবাৰীত দুই দুৰ্বৃত্তই সোণৰ অলংকাৰ ডাললৈ পলায়ন কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৰুণু কলিতাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। উল্লেখযোগ্য যে মহানগৰীত এনে ঘটনা প্ৰতিদিনেই সংঘটিত হৈ আছে যদিও চোৰক ধৰাত বৰ্তমানো ব্যৰ্থ মহানগৰ আৰক্ষী। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 14, 2019, 9:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.