স্বাধীনতা দিৱসৰ পৰিপেক্ষিতত অসম আৰক্ষী আৰু উত্তৰ-পূব ৰে'লৱে কেইগৰাকীমান বিশেষ কৰ্মচাৰীলৈ প্ৰদান কৰা হব বিশেষ সন্মান ৷ ব্যক্তি সকলে ৰাজ্যখনক সমৰ্পিত সেৱাৰ বাবে স্বাধীনতা দিৱসৰ দিনা তেওঁলোকক প্ৰদান কৰা হ'ব এই সন্মান .. সবিশেষ এই প্ৰবেদনত...
12 জন অসম আৰক্ষীৰ জোৱান আৰ 9 জন ৰেলৱে কৰ্মচাৰীলৈ বিশেষ বঁটা.. - 12 জন অসম আৰক্ষী জোৱান আৰ 9 জন ৰেলৱে কৰ্মচাৰীলৈ বিশেষ বঁটা
স্বাধীনতা দিৱসৰ দিনটোত অসম আৰক্ষী আৰু উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কতৃপক্ষই কেইগৰাকীমান বিশেষ কৰ্মচাৰীলৈ আগবঢ়াইছে বিশেষ সন্মান ৷
অসম আৰক্ষী আৰু উত্তৰ-পূব ৰে'লৱেৰ বিশেষ পদক্ষেপ
স্বাধীনতা দিৱসৰ পৰিপেক্ষিতত অসম আৰক্ষী আৰু উত্তৰ-পূব ৰে'লৱে কেইগৰাকীমান বিশেষ কৰ্মচাৰীলৈ প্ৰদান কৰা হব বিশেষ সন্মান ৷ ব্যক্তি সকলে ৰাজ্যখনক সমৰ্পিত সেৱাৰ বাবে স্বাধীনতা দিৱসৰ দিনা তেওঁলোকক প্ৰদান কৰা হ'ব এই সন্মান .. সবিশেষ এই প্ৰবেদনত...
Intro:দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়তো উদযাপন কৰা হ'ব ৭৩সংখ্যক স্বাধীনতা দিৱস। এই দিৱসৰ লগতে সংগতি ৰাখি মুঠ ৯গৰাকী কৰ্মচাৰীক পুৰস্কাৰ প্ৰদান কৰিব ৰে'ল বিভাগে।
Body:নিষ্ঠা আৰু সততাৰে নিজৰ কাম কৰা বিষয়াসকলক স্বাধীনতা দিৱসৰ দিনটোত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ে প্ৰদান কৰিব এই পুৰস্কাৰ। কৰ্মচাৰীসকলৰ কৰ্মদ্যোম বৃদ্ধি আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে ৰে'ল কৰ্তৃপক্ষই প্ৰদান কৰে এই পুৰস্কাৰ। এইবাৰ পুৰস্কাৰ পাবলগীয়া কৰ্মচাৰীৰ তালিকাত আছে বিকাশ মণ্ডল, বি. চি বড়োলেণ্ড, পি কে দাস, মুকেশ কুমাৰ, জিতেন্দ্ৰ কুমাৰ, ৰঞ্জিত নাগ, হীৰা কুমাৰ, সুধিৰ কুমাৰ, বিবেকানন্দ যাদৱ। এই কৰ্মচাৰীসকলৰ সাৱধানতা আৰু উপস্থিত বুদ্ধিৰ বাবে বিভিন্ন সময়ত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল। যাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ অধীনস্থ বিভিন্ন সংমণ্ডলৰ এই নগৰাকী কৰ্মচাৰীক বিশেষ পুৰস্কাৰৰে পুৰস্কৃত কৰিব।
Conclusion:HIRUL HAQUE I GUWAHATI
(Note- Resend on desk demand)