ETV Bharat / state

১২২০ জন বহিঃৰাজ্যৰ শ্ৰমিকক সহায় কৰিব কামৰূপ জিলা প্ৰশাসনে - সোণাপুৰ ৰাজহ চক্ৰ

লক ডাউনৰ ফলত অসমত আবদ্ধ হৈ বহিঃৰাজ্যৰ মুঠ ১২২০ জন শ্ৰমিকৰ সহায়ৰ দায়িত্ব লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ উদ্যোগ-প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰাত তেওঁলোকৰ মাজত সৃষ্টি হোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰাই জানিবলৈ দিয়ে ৷

১২২০ জন বহিঃৰাজ্যৰ শ্ৰমিকক সহায় আগবঢ়াব কামৰূপ জিলা প্ৰশাসনে

author img

By

Published : Apr 21, 2020, 4:16 PM IST

গুৱাহাটী, 21 এপ্ৰিল : লক ডাউনৰ বাবে অসমত আবদ্ধ হৈ আছে বহিঃৰাজ্যৰ বহু শ্ৰমিক। উদ্যোগ-প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰাত তেওঁলোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। এই বহিঃৰাজ্যৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ । মুঠ ১২২০ জন বহিঃৰাজ্যৰ শ্ৰমিকক সহায়ৰ হাত আগবঢ়াব জিলা প্ৰশাসনে।

১২২০ জন বহিঃৰাজ্যৰ শ্ৰমিকক সহায় আগবঢ়াব কামৰূপ জিলা প্ৰশাসনে

উল্লেখ্য যে,কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চন্দ্ৰপুৰত ৪৭,দিছপুৰত ৮৬, আজাৰাত ২০৮, গুৱাহাটীত ৮৬১ আৰু ১৮ জন বহিঃৰাজ্যৰ শ্ৰমিক এতিয়া সোণাপুৰ ৰাজহ চক্ৰত আছে বুলি জানিব পৰা গৈছে । এই শ্ৰমিকসকলক সকলো দিশৰ পৰা সহায় কৰিব জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা ।

লগতে পঢ়ক : ৰাইজৰ হাতত আটক বন্ধন বেংকৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.