কামৰূপ,29 মেঃ শুকুৰবাৰৰ পৰা পুনৰ বন্ধ কৰা হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা । 31 মে' পৰ্যন্ত বন্ধ কৰা হ'ল ফেৰী সেৱাসমূহ । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে গ্ৰহণ কৰে এই সিদ্ধান্ত । শুকুৰবাৰে কামৰূপ জিলা (মহানগৰ) প্ৰশাসনে জাৰি কৰে এই নিদেৰ্শনা ।
লগতে পঢ়ক-ৰাজ্যত 880 লৈ বৃদ্ধি কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা