ETV Bharat / state

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড৷ মংগলবাৰে পুৱা প্ৰায় ৬বজাত সংঘটিত হয় এই হত্যাকাণ্ড৷ বশিষ্ঠ চাৰিআলিৰ চন্দন ধৰ নামৰ লোকজনক হত্যা কৰে বিজনীৰ ইছলাম আলীয়ে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড
author img

By

Published : Sep 17, 2019, 4:47 PM IST

Updated : Sep 17, 2019, 6:20 PM IST

গুৱাহাটী, 17 ছেপ্টেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা৷ মংগলবাৰে পুৱা প্ৰায় ৬বজাত সংঘটিত হয় এই হত্যাকাণ্ড ৷ বশিষ্ঠ চাৰিআলিৰ চন্দন ধৰ নামৰ লোকজনক হত্যা কৰে বিজনীৰ ইছলাম আলীয়ে ৷

guwahati-medical-college-murder
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড
উল্লেখযোগ্য যে, ইছলাম আলী আৰু চন্দন ধৰ দুয়োৰে পত্নী প্ৰসূতি বিভাগৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল৷ মংগলবাৰে পুৱা মৃত চন্দন ধৰে হাতত পানী নি থকা অৱস্থাত মূৰ ঘূৰাই বিপৰীত দিশৰ পৰা আহি থকা ইছলাম আলীৰ পত্নীৰ গাত পৰি যায় ৷ তাৰ পাছতে চন্দনৰ ওপৰত আক্ৰমণ চলায় ইছলামে | ফলত থিতাতে নিহত হয় চন্দন ধৰ ৷আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ৩৯৯/১৯ গোচৰত তথা ৩০২ ধাৰাত নিজে গোচৰ ৰুজু কৰি অভিযুক্ত ইছলামক গ্ৰেপ্তাৰ কৰে ৷

Intro:গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ডBody:গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা । চন্দন ধৰ নামৰ এজনক হত্যা কৰিলে ইছলিম আলি নামৰ এজনে । মংগলবাৰে পুৱা প্ৰায় ৬বজাত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা । জানিব পৰা মতে ইছলিম আলি আৰু চন্দন ধৰ দুয়োজনৰে পত্নী চিকিৎসাধীন হৈ আছিল প্ৰসূতি বিভাগৰ আই চি ইউত। ধৃত ইছলিমৰ ঘৰ বিজনীৰ শুনাইকলাত। মৃত চন্দন ধৰৰ ঘৰ নতুন বজাৰ, বশিষ্ঠ চাৰিআলিত। ইতিমধ্যে আৰক্ষীয়ে এই সম্পৰ্কে ৩৯৯/১৯ গোচৰত তথা ৩০২ ধাৰাত নিজে গোচৰ ৰুজু কৰি অভিযুক্ত ইছলিমক গ্ৰেপ্তাৰ কৰে। ঘটনা বিৱৰণী অনুসৰি, মংগলবাৰে পুৱা মৃত চন্দন ধৰে হাতত পানী নি থকা অৱস্থাত মূৰ ঘূৰাই পৰি যায় বিপৰীত দিশৰ পৰা আহি থকা ইছলিম আলিৰ পত্নীৰ গাত । তাৰ পাছতে চন্দনক আক্ৰমণ কৰে পত্নীৰ লগত থকা ইছলিমে । ফলত থিতাতে নিহত হয় চন্দন ধৰ ।

Conclusion:Asrar Ansari
Guwahati
Last Updated : Sep 17, 2019, 6:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.