ETV Bharat / state

মালিগাঁৱত কৰ'ণাতংক এগৰাকী ধুবীৰ কাণ্ডত ক্ষোভিত ৰাইজ - মহানগৰীৰ বন্দনা হোটেল

কোৱাৰেন্টাইন চেন্টাৰৰ পৰা কাপোৰ ধুৱলৈ নিজ গৃহলৈ অনাত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে ৷

maligoan pandu lok coloni contentment zone decleration
মালিগাঁৱত কৰ'ণাতংক এগৰাকী ধুবীৰ কাণ্ডত ক্ষোভিত ৰাইজ
author img

By

Published : May 29, 2020, 8:34 PM IST

গুৱাহাটী,29মেঃ মহানগৰীৰ মালিগাঁৱত কৰ'ণাতংক এগৰাকী ধুবীকলৈ আতংকিত হৈ পৰিছে ৰাইজ । মহানগৰীৰ বন্দনা হোটেলৰ কাপোৰসমূহ ধুবৰ বাবে লৈ আহিছিল পাণ্ডু লোক কলনিৰ ছোটে লাল প্ৰসাদৰ দোকানলৈ। ইপিনে হোটেল বন্দনাক কোৱাৰেন্টাইন চেন্টাৰ ৰূপে ব্যৱহাৰ কৰা হৈছিল। যাৰ বাবে কোৱাৰেন্টাইন চেন্টাৰটোৰ কাপোৰসমূহ ধুবীজনৰ দোকানত প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে অঞ্চলবাসী।

মালিগাঁৱত কৰ'ণাতংক এগৰাকী ধুবীৰ কাণ্ডত ক্ষোভিত ৰাইজ

স্থানীয় ৰাইজে জালুকবাৰী আৰক্ষী আৰু প্ৰশাসনক খবৰ দিয়ে। আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ ধুবী ছোটে লাল প্ৰসাদ আৰু তেওঁৰ পৰিয়ালক ১৪ দিনৰ হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে। ইফালে ধুবীজনৰ জীয়ৰীৰ জ্বৰত আক্ৰান্ত পোৱা গৈছে শনিবাৰে স্বৱাব পৰীক্ষা কৰা হ'ব পৰিয়ালটোৰ চিকিৎসালয়ত ।

লগতে পঢ়কঃ কোৱাৰেন্টাইনৰ স্মৃতিত গছপুলি ৰোপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.