গুৱাহাটী,১০ জুলাইঃ মহানগৰীৰ গড়চুক কটাহবাৰীত ভূমিস্খলন। ভূমিস্খলনৰ ফলত নিহত হয় নাৰায়ণ চাহ নামৰ এজন লোক। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৃহৎ বৃহৎ শিল খহি আহি নাৰায়ণ চাহৰ বাসগৃহত পৰে। ততাতৈয়াকৈ নাৰায়ণ চাহ নামৰ লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুবৰণ কৰে লোকজনে। সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ আতংকিত সমগ্ৰ গড়চুকবাসী । ইয়াৰোপৰি মঙলবাৰে দুপৰীয়া যোৰাবাটত হোৱা ভূমিস্খলনত এজন বৃদ্ধ লোক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে ।
গুৱাহাটীত ভূমিস্খলনে প্ৰাণ ল'লে এজনৰ - কটাহবাৰী
মহানগৰীৰ গড়চুক কটাহবাৰীত ভূমিস্খলনৰ ফলত এজন নিহত হোৱাৰ লগতে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী যোৰাবাট অঞ্চলত আহত এজন ।
গুৱাহাটী,১০ জুলাইঃ মহানগৰীৰ গড়চুক কটাহবাৰীত ভূমিস্খলন। ভূমিস্খলনৰ ফলত নিহত হয় নাৰায়ণ চাহ নামৰ এজন লোক। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৃহৎ বৃহৎ শিল খহি আহি নাৰায়ণ চাহৰ বাসগৃহত পৰে। ততাতৈয়াকৈ নাৰায়ণ চাহ নামৰ লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুবৰণ কৰে লোকজনে। সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ আতংকিত সমগ্ৰ গড়চুকবাসী । ইয়াৰোপৰি মঙলবাৰে দুপৰীয়া যোৰাবাটত হোৱা ভূমিস্খলনত এজন বৃদ্ধ লোক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে ।
Body:মহানগৰীৰ গড়চুক কটাহবাৰীত ভূমিস্খলন। ভূমিস্খলনত নাৰায়ণ চাহ নামৰ এজন লোক নিহত হয় । নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৃহৎ বৃহৎ শিল খহি আহি নাৰায়ণ চাহৰ বাসগৃহত পৰে। ফলত নাৰায়ণ চাহ নামৰ লোক জনক সংকটজনক অৱস্থাত জি এম চি এইচ লৈ প্ৰেৰন কৰে আৰু হাস্পতালতে তেওঁৰ মৃত্যু হয়। সম্প্ৰতি ঘটনাক লৈ আতংকিত সমগ্ৰ গড়চুক ।
Conclusion:ইয়াৰোপৰি, মঙ্গলবাৰে দুপৰীয়া যোৰবাটত হোৱা ভূমিস্খলনত এজন বৃদ্ধ লোক গুৰুত্বৰভাৱে আহত হৈ জি সম্প্ৰতি এম চি এইচত চিকিৎসাধীন হৈ আছে।
Asrar Ansari
Guwahati