- মহানগৰীৰ কালীপুৰত উচ্ছেদ অভিযান
- বহু বছৰ ধৰি বেদখলকাৰীৰ কবলত আছিল ব্ৰজেন কলিতা নামৰ লোক এজনৰ ভূমি
- এই সন্দৰ্ভত 1992 চনতে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী ব্ৰজেন কলিতাই
- অৱশেষত 27 বছৰ পিছত ন্যায় পালে কলিতাই
- এই গোচৰ প্ৰক্ৰিয়াত জয়ী হোৱা পিছতেই আৰক্ষী-প্ৰশাসনে উচ্ছেদ অভিযান চলাই উক্ত স্থানত
27 বছৰ পিছত বেদখলকাৰীৰ কবলৰ পৰা মুক্ত ভূমি - 27 বছৰ
1992 চনতে এজাহাৰ দাখিল কৰিছিল ব্ৰজেন কলিতা নামৰ এগৰাকী ব্যক্তিয়ে
27 বছৰ পিছত বেদখলকাৰীৰ কবলৰ পৰা মুক্ত ভূমি
- মহানগৰীৰ কালীপুৰত উচ্ছেদ অভিযান
- বহু বছৰ ধৰি বেদখলকাৰীৰ কবলত আছিল ব্ৰজেন কলিতা নামৰ লোক এজনৰ ভূমি
- এই সন্দৰ্ভত 1992 চনতে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী ব্ৰজেন কলিতাই
- অৱশেষত 27 বছৰ পিছত ন্যায় পালে কলিতাই
- এই গোচৰ প্ৰক্ৰিয়াত জয়ী হোৱা পিছতেই আৰক্ষী-প্ৰশাসনে উচ্ছেদ অভিযান চলাই উক্ত স্থানত
Intro:মহানগৰীৰ কালীপুৰত উচ্ছেদ অভিযান।
বহু বছৰ ধৰি বেদখলকাৰীৰ কবলত আছিল ব্ৰজেন কলিতা নামৰ লোক এজনৰ ভূমি।
এই সন্দৰ্ভত ১৯৯২ চনতে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী ব্ৰজেন কলিতাই।
অৱশেষত ২৭ বছৰ পিছত ন্যায় পালে কলিতাই।
এই গোচৰ প্ৰক্ৰিয়াত জয়ী হোৱা পিছতেই আৰক্ষী-প্ৰশাসনে উচ্ছেদ অভিযান চলাই উক্ত স্থানত।Body:Hirul Haque Conclusion:Guwahati