ETV Bharat / state

এমাহত ৩৫,৫৪০ টকা বিদ্যুতৰ বিল - GUWAHATI ELECTRICITY HUGE BILL NEWS MALIGAON

এগৰাকী লোকৰ এমাহৰ বিদ্যুতৰ বিল আহিল প্ৰায় ৩৫,৫৪০ টকা ৷ ক'ৰ পৰা কেনেকৈ হঠাৎ ইমান বিল আহিল আচৰিত এটা পৰিয়াল ৷

এমাহত ৩৫,৫৪০ টকা বিদ্যুতৰ বিল
author img

By

Published : Aug 26, 2019, 8:16 PM IST

গুৱাহাটী, 26 আগষ্টঃ শক্তি বিভাগৰ আজৱ কাণ্ড। এগৰাকী লোকৰ এমাহৰ বিদ্যুতৰ বিল আহিল প্ৰায় ৩৫,৫৪০ টকা । মহানগৰীৰ পাণ্ডুৰ বিশ্বজিৎ সূত্ৰধৰ নামৰ ব্যক্তিগৰাকীৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। হঠাৎ এনেদৰে বৃহৎ পৰিমাণৰ বিল অহাত আচৰিত হয় বিশ্বজিৎ সূত্ৰধৰ নামৰ লোকজন। শক্তি বিভাগৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ লোকজনৰ ৷ সাধাৰণ দোকান দি জীৱন নিৰ্বাহ কৰা বিশ্বজিৎ সূত্ৰধৰে এতিয়া কাষ চাপিছে শক্তি বিভাগৰ। কিন্তু বৰ্তমানলৈ কোনো সদূত্তৰ পোৱা নাই বিভাগটোৰ পৰা। এফালে যদি বিদ্যুতৰ সঘন লুকাভাকু আনফালে বিভাগটোৰ এনে কাণ্ডই হাৰাশাস্তি কৰিছে ৰাইজক ৷

Intro:পুণৰ বিদুৎ বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ড। এগৰাকী লোকৰ এমাহৰ বিদুৎ আহিল প্ৰায় ৩২হাজাৰ টকা। মহানগৰীৰ পাণ্ডুৰ বিশ্বজিৎ সূত্ৰধৰ নামৰ ব্যক্তিগৰাকীৰ লগত সংঘটিত হয় এই ঘটনা। যোৱা মাহত ব্যক্তিগৰাকীৰ মাচুল আহিছিল প্ৰায় ১৮০০ টকা। কিন্তু চলিত মাহত মাচুল আহেগৈ ৩৫, ৫৪০ টকা। অতি সাধাৰণ পৰিয়ালটোৱে এই বিল প্ৰত্যক্ষ কৰি চকু কপালত উঠে বিশ্বজিৎ সূত্ৰধৰৰ। বিদুৎ বিভাগৰ গাফিলটিৰ বাবেই এতিয়া চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে লোকজন। দোকান দি জীৱন নিৰ্বাহ কৰা বিশ্বজিৎ সূত্ৰধৰে এতিয়া কাষ চাপিছে বিদুৎ বিভাগৰ। কিন্তু বৰ্তমানলৈ কোনো সদুত্তৰ পোৱা নাই ব্যক্তিগৰাকীয়ে। এফালে যদি বিদুৎ সঘন লুকাভাকু আনফালে আকৌ বিভাগটোৰ এনে কাণ্ড। যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে বিশ্বজিৎ সূত্ৰধৰৰ লগত সংঘটিত এই ঘটনা কেৱল মাত্ৰ এটা উদাহৰণহে। বিদুৎ বিভাগৰ এনে গাফিলটিৰ সন্মূখীন হৈছে বিভিন্নজন।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.