ETV Bharat / state

কৰ'নাৰ আতংকঃ অত্যাধিক কয়দীয়ে অস্বস্তিত পেলাইছে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক

author img

By

Published : Mar 16, 2020, 5:39 PM IST

1000 কয়দীৰ ক্ষমতা থকা কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান সময়ত ৰখা হৈছে 1300 কয়দী ৷ ETV BHARAT ৰ সৈতে হোৱা টেলিফ'নিক বাৰ্তালাপত অতিৰিক্ত কয়দী ৰখাৰ ফলত সন্মুখিত হোৱা অসুবিধাৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় কৰাগাৰৰ অধীক্ষক গৰাকীয়ে ৷

GUWAHATI CENTRAL JAIL PRECAUTION FOR COVID 19
অত্যাধিক কয়দীয়ে অস্বস্তিত পেলাইছে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক

গুৱাহাটী, 16 মাৰ্চঃ কৰণা ভাইৰাছক লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিশেষ সতৰ্কতা ৷ স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালকৰ উদ্যোগত কাৰাগাৰৰ কয়দী সকলৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছ ৷ পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে কাৰাগাৰ কতৃপক্ষই ৷

অৱশ্যে অতিৰিক্ত কাৰাবন্দী থকাৰ ফলত কিছু অসুবিধাৰ সন্মুখিন হৈছে কাৰাগাৰ কতৃপক্ষ ৷ 1000 কয়দীৰ ক্ষমতা থকা কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান সময়ত ৰখা হৈছে 1300 কয়দী ৷ ETV BHARAT ৰ সৈতে হোৱা টেলিফ'নিক বাৰ্তালাপত অতিৰিক্ত কয়দী ৰখাৰ ফলত সন্মুখিত হোৱা অসুবিধাৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় কৰাগাৰৰ অধীক্ষক গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.