ETV Bharat / state

পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীক - বৰষুণ

পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীৰ বিভিন্ন প্ৰান্ত ৷ চৰকাৰক গালি ক্ষোভিত মহানগৰবাসীৰ ৷

পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীক
author img

By

Published : Aug 26, 2019, 8:46 PM IST

গুৱাহাটী, 26 আগষ্টঃ সোমবাৰে বিয়লি অহা মাত্ৰ পোন্ধৰ মিনিটৰ এজাক বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বানৰ । বানৰ ফলত মহানগৰীৰ অনিল নগৰ,নবীন নগৰ,জুৰোড,গীতানগৰ,ৰাজগড়,ভঙাগড় আদি অঞ্চল জলমগ্ন হয় ৷ তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হয় ।

পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীক

গুৱাহাটী, 26 আগষ্টঃ সোমবাৰে বিয়লি অহা মাত্ৰ পোন্ধৰ মিনিটৰ এজাক বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বানৰ । বানৰ ফলত মহানগৰীৰ অনিল নগৰ,নবীন নগৰ,জুৰোড,গীতানগৰ,ৰাজগড়,ভঙাগড় আদি অঞ্চল জলমগ্ন হয় ৷ তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হয় ।

পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীক
Intro:পুণৰ মহানগৰীত কৃত্ৰিম বানBody:সোমবাৰে অহা ১৫মিনিটৰ এজাক বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বানৰ। মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, জুৰোড, গীতানগৰ, ৰাজগড়, ভঙাগড় আদি অঞ্চল পানী বুৰ যায়। তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ। এনেদৰেই এজাক মুষলধাৰ বৰষুণত ডুব যায় অভিজাত গুৱাহাটী মহানগৰী। কিন্তু গুৱাহাটীৰ বান প্ৰতিৰোধৰ নামত কোনো ব্যৱস্থায়ে গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সাধাৰণ ৰাইজ। বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থায়ে গ্ৰহণ নকৰিলে চৰকাৰে। অতিশীঘ্ৰে চৰকাৰ-প্ৰশাসনক বানপানীৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে মহানগৰীবাসীয়ে।

Byte 1

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.