ETV Bharat / state

খ্ৰীষ্টানবস্তিৰ পূজা মণ্ডপত ৰাজ্যপাল জগদীশ মুখী - ৷ স্বচ্ছ ভাৰত আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা

খ্ৰীষ্টানবস্তি পূজা মণ্ডপত উপস্থিত হৈ পূজা-অৰ্চনা ৰাজ্যপাল জগদীশ মুখীৰ ৷ খ্ৰীষ্টানবস্তি পূজা মণ্ডপৰ শলাগ লয় ৰাজ্যপাল গৰাকীয়ে ৷ ৰাজ্যপাল গৰাকীয়ে বৃদ্ধা আশ্ৰমৰ মহিলা সকলক সম্বৰ্ধনা জনায় ৷

খ্ৰীষ্টানবস্তি পূজা মণ্ডপত ৰাজ্যপাল জগদীশ মুখী
author img

By

Published : Oct 7, 2019, 6:20 PM IST

গুৱাহাটী, 7 অক্টোবৰঃ দুৰ্গোৎসৱৰ মহানৱমীৰ দিনা ৰাজ্যপাল জগদীশ মুখী পত্নীৰ সৈতে খ্ৰীষ্টানবস্তি পূজা মণ্ডপত উপস্থিত হৈ পূজা-অৰ্চনা কৰে ৷ অসমীয়া সমাজ জীৱনৰ ব্যৱহৃত থলুৱা বাঁহ-বেতৰ শিল্পকৰ্মৰে নিৰ্মাণ কৰা খ্ৰীষ্টানবস্তি পূজা মণ্ডপৰ শলাগ লয় ৰাজ্যপাল গৰাকীয়ে ৷ অসমৰ প্ৰখ্যাত শিল্পী নুৰুদ্দিন আহমেদৰ তত্ত্বাবধানত নিৰ্মাণ হৈছে এই পূজা মণ্ডপ ৷ স্বচ্ছ ভাৰত আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উপদেশক লক্ষ্য ৰাখি এইবাৰৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে বুলি জনাই আয়োজক সমিটিয়ে ৷ লগতে পূজাথলীত ৰাজ্যপাল গৰাকীয়ে বৃদ্ধা আশ্ৰমৰ বহু মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

খ্ৰীষ্টানবস্তিৰ পূজা মণ্ডপত ৰাজ্যপাল জগদীশ মুখী

Intro:নৱমী দিনা ৰাজ্যপাল খ্ৰীষ্টানবস্তিত পূজা অৰ্চনা কৰি মাৰ আশীষ ললে

Body:আজি মহা নৱমী। অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে তেখেতৰ সধৰ্মানী লগত পূজা অৰ্চনা বাবে সোমবাৰে পুৱা উপস্থিত হৈ খ্ৰীষ্টানবস্তি পূজা মণ্ডপত মাৰ আশীষ লয়। এবাৰ অসমীয়া সমাজ জীৱনৰ ব্যৱহৃত থলুৱা বাহ বেতৰ শিল্পকৰ্মৰে পূজামণ্ডপ নিৰ্মাণৰ এক অভিনৱ আৰু বলিষ্ঠ পদক্ষেপ উপস্থাপনক শলাগ লৈ ৰাজ্যপালগৰাকী কয় ঐতিহাসিক বৃহত্তৰ খ্ৰীষ্টানবস্তি সৰ্বজনীন পূজা কমাটি আৰু অসমৰ প্ৰখ্যাত শিল্পী নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত নিৰ্মান হোৱা 'পৰিবেশ সচেতনতা' থিমক লৈ পেণ্ডেল নিৰ্মাণ কৰা কথা বহু প্ৰশাসনীয়। থলুৱা বাহ বেতৰ লগতে মৰাপাট আদি সামগ্ৰীও ব্যৱহাৰ কৰি 'প্ৰধান মন্ত্ৰী নৰেন্দ্ৰে মোদীৰ স্বচ্ছ ভাৰত আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উপদেশক লক্ষ্য ৰাখি এইবাৰ পেণ্ডেল নিৰ্মাণ কৰা হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰে মোদীৰ স্বচ্ছ ভাৰত আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উপদেশ অসমত প্ৰত্যেক পূজা মণ্ডপত দেখা গৈছে।এই পূজা থলীত ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে বৃদ্ধা আশ্ৰমৰ বহু মহিলা সকলক সম্বৰ্ধনা জনায়।

Bite জগদীশ মুখী

Conclusion:Asrar Ansari
গুৱাহাটী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.