" গণতন্ত্ৰৰ এদিন "ত এইবাৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস
- কিয় ৰাজনীতি বেয়া পাই চেতনা দাসে?
- স্বভাৱজাত ৰসিকতাৰে চেতনা দাসে কি ক'লে সাংবাদিক গৌতম বৰুৱাক
- নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনৈতিক নেতা, জনপ্ৰতিনিধিৰ সুমতি বিচাৰি চেতনা দাসৰ প্ৰাৰ্থনা
- কেনে আছিল তাহানিৰ তেজপুৰৰ ৰাজনীতি?
- "এতিয়া আৰু সেই দিন নাই, সেইবাবেই ৰাজনীতি বেয়া পোৱা হ'লো "
- " মোৰ কোনো পাৰ্টি নাই, এটাই পাৰ্টি আছে- ' গান পাৰ্টি ' "
- " আমাৰ নেতাসকলে জাতিটোক বচাওক, দেশখনক ভালকৈ ৰাখক "
তাহানিৰ বৰ অসমৰ মেপখনৰ কথা মনত পৰি চকু সেমেকি উঠিল চেতনা দাসৰ