ETV Bharat / state

তেজেৰে ইতিহাস লিখি 'আকৌ শৰাইঘাটলৈ' গুৱাহাটী বিশ্ববিদ্যালয়

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত একত্ৰিত হৈ একে মুখে ধিক্কাৰ দিলে চৰকাৰক ৷

gauhati university protest against cab
কেবৰ বিৰুদ্ধে ৰণডংকা বাজিল গুৱাহাটী বিশ্ববিদ্যালয়ত
author img

By

Published : Dec 9, 2019, 7:49 PM IST

Updated : Dec 9, 2019, 8:20 PM IST

গুৱাহাটী, 9 ডিচেম্বৰঃ

বাজক ডবা, বাজক শংখ,
বাজক মৃদং- খোল
অসম আকৌ উন্নতিৰ পথত
জয় আই অসম বোল

জাতিৰ সংকট কালত গুৱাহাটী বিশ্ববিদ্যালয়ত ধ্বনিত হ'ল জাতি ৰক্ষাৰ মন্ত্ৰ ৷ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত একত্ৰিত হৈ একে মুখে ধিক্কাৰ দিলে চৰকাৰক ৷ নাগৰিকত্ব সংশোধনী বিধেয়কেৰে অসমীয়া জাতি-সংস্কৃতিক বিপন্ন কৰিব খোজা চৰকাৰখনক ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু একাংশ শিল্পী-সাহিত্যিকে সঁকিয়াই দিলে অসম মাতৃৰ বুকুত কুঠাৰঘাত নকৰিবলৈ ৷

কেবৰ বিৰুদ্ধে ৰণডংকা বাজিল গুৱাহাটী বিশ্ববিদ্যালয়ত

জাতি ৰক্ষাৰ সংকল্পৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তেজেৰে অসমীয়া স্বৰ-বৰ্ণ লিখি প্ৰতিবাদ সাব্যস্ত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰ লগতে গুঞ্জৰিত হ'ল অসমীয়াৰ বুকুৱে বুকুৱে থকা অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই ওলাই আহিল দীক্ষু, আচুৰ্য বৰপাত্ৰ, প্ৰণৱ কুমাৰ বৰ্মন ৷ জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰণৱ কুমাৰ বৰ্মনে কবিতা পাঠ আৰু দীক্ষুৱে গীতৰ জৰিয়তে চৰকাৰক আহ্বান জনায় বিধেয়কখন গৃহীত নকৰিবলৈ ৷ ইয়াৰ সমান্তৰালকৈ আচুৰ্য বৰপাত্ৰইও বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৷

লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ সমষ্টিত ঠুৱাই-ঠুৱাই প্ৰতিবাদ যুৱতীৰ

Intro:গুৱাহাটী বিশ্ববিদ্যালয়ত কেব বাতিলৰ দাবীত 'আকৌ শৰাইঘাটলৈ' শীৰ্ষক কাৰ্যসূচী।ছাত্ৰসমাজে ৰক্ত স্বাক্ষৰে CAB বিৰোধিতা কৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ। কোনো পধ্যেই কেব মানি নোলোৱাৰ হুংকাৰ ছাত্ৰসমাজৰ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কণ্ঠশিল্পী দিক্ষু, আচুৰ্য বৰপাত্ৰ, বিজেপিৰ পৰা সদ্যপদত্যাগী জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষক তথা পৰিয়াল বৰ্গ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, JB আইন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ। ইফালে এই অনুষ্ঠানতেই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে এগৰাকী ছাত্ৰই। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এক সমদল কৰি শৰাইঘাটলৈ যাব প্ৰতিবাদকাৰীয়ে।Body:Guwahati Conclusion:Hirul Haque
Last Updated : Dec 9, 2019, 8:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.