ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচনী মহাযুঁজ - ABVP

ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া উখল-মাখল পৰিৱেশ ৷ মুঠ ১৪ টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচনী মহাযুঁজ
author img

By

Published : Sep 24, 2019, 5:38 PM IST

গুৱাহাটী, 24 ছেপ্টেম্বৰঃ কৃষ্ণচূড়াৰ নগৰীত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ । মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । যাক লৈ শিক্ষাৰ্থী আৰু প্ৰাৰ্থীৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসুকতা ৷ মুঠ ১৪ টা পদৰ বাবে অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ এই নিৰ্বাচন। ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে উপ-সভাপতি পদৰ প্ৰাৰ্থী লক্ষজিৎ দাস ।

ইতিমধ্যে নিৰ্বাচনত মূল প্ৰতিদ্বন্দিতা হিচাপে গণ্য কৰা হৈছে আছু আৰু এবিভিপিক । অৱশ্যে সভাপতি পদৰ বাবে হ'ব ত্ৰিকোণীয় যুঁজ । সভাপতি পদৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে আছুৰ অনুৰাগ কল্যাণ বৰগোঁহাই, এবিভিপিৰ শ্ৰেষ্ঠ কৃষ্ণণ দত্ত, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সিদ্ধাৰ্থ পাটৰে । আনহাতে সাধাৰণ সম্পাদকৰ পদৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আছুৰ হিমাদ্ৰী শৰ্মা, এবিভিপিৰ মুন তালুকদাৰ, নিৰ্দলীয় আব্দুল মটিন খানে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত উখল-মাখল পৰিবেশ

ইপিনে সহকাৰী সাধাৰণ সম্পাদক পদত আছে ডলী কুইন বসুমতাৰী, আছুৰ তৃষ্ণা বৰ্মন ৷ সাংস্কৃতিক সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে আছুৰ বিদিশা সাহা আৰু সৌৰভ সাহাই । মুঠৰ ওপৰত সকলোৰে আশা বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাৱৰণ অক্ষুন্ন ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমূহ সমাধান কৰা ।

Intro:কৃষ্ণচূড়াৰ নগৰীত নিৰ্বাচনৰ গৰম বতাহ। মংগলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয়। শিক্ষাৰ্থী-প্ৰাৰ্থীৰে উখল-মাখল পৰিৱেশ বিশ্ববিদ্যালয়ৰ চৌহদ। মুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে উপ-সভাপতি লক্ষজিৎ দাস। আছু আৰু ABVPৰ মাজত মূল প্ৰতিদ্বন্দিতা হ'ব। ইয়াৰোপৰি সভাপতি পদৰ বাবে হ'ব ত্ৰিকোণ প্ৰতিদ্বন্দিতা। সভাপতি পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে আছুৰ অনুৰাগ কল্যাণ বৰগোঁহাই, ABVPৰ শ্ৰেষ্ঠ কৃষ্ণণ দত্ত, SMSS ৰ সিদ্ধাৰ্থ পাটৰ। সেই অনুসৰি সাধাৰণ সম্পাদক পদত আছুৰ হিমাদ্ৰী শৰ্মা, ABVPৰ মুন তালুকদাৰ, নিৰ্দলীয় আব্দুল মটিন খান, সহকাৰী সাধাৰণ সম্পাদক পদত ডলী কুইন বসুমতাৰী, আছুৰ তৃষ্ণা বৰ্মন, সাংস্কৃতিক সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে আছুৰ বিদিশা সাহা, সৌৰভ সাহা। মুঠৰ ওপৰত সকলোৰে আশা বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ অক্ষুন্ন ৰখা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমাধান কৰা।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.