ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচনৰ গৰম বতাহ

author img

By

Published : Sep 21, 2019, 9:57 PM IST

Updated : Sep 21, 2019, 11:11 PM IST

24 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ 2019-20 বৰ্ষৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ।  মুঠ ১৪ টা পদৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

নিৰ্বাচৰ গৰম বতাহ গুৱাহাটী বিশ্ববিদ্যালয়ত

গুৱাহাটী, 21 চেপ্তেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বলিছে নিৰ্বাচনী বতাহ । নিৰ্বাচনকলৈ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল । 24 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয় স্নাতকোত্তৰ 2019-20 ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । মুঠ ১৪ টা পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন । ইতিমধ্যেই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে উপ-সভাপতিৰ পদত লক্ষ্যজিৎ দাস । বিশ্ববিদ্যালয়ত ছাত্ৰী সুৰক্ষা আৰু শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে হিমাদ্ৰী শৰ্মাই । সাধাৰণ সম্পাদকৰ লগতে কেইবাটাও পদত হ'ব ত্ৰিকোণীয় যুঁজ ।

ইফালে 24 চেপ্তেম্বৰত আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যেই জয়ী হৈছে আছু সমৰ্থিত সাত প্ৰাৰ্থী । যাৰ বাবে ২৫ ছেপ্তেম্বৰত কেৱল উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদৰ বাবেহে অনুষ্ঠিত হ'ব নিৰ্বাচন । ইয়াৰে উপ সভাপতি পদত অভিলাষা মহন্ত আৰু ৰেছমা খাতুনে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদৰ বাবে কাবেৰী কৃষ্ণা দাস আৰু ৰূপম কাশ্যম মহন্তই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । উল্লেখযোগ্য যে, নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সদৌ অসম ছাত্ৰ সন্থা, এন এছ ইউ আই, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদি ছাত্ৰ সংগঠন ।

Intro:গুৱাহাটী বিশ্ববিদ্যালয়ত বলিছে নিৰ্বাচনী বতাহ। ২৪ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয় স্নাতকোত্তৰ 2019-20 ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ইতিমধ্যেই বিনা প্ৰতিদ্বন্দিতাৰে উপ সভাপতিৰ পদত লক্ষ্যজিৎ দাস নিৰ্বাচিত হৈছে। সেই অনুসৰি মুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচনকলৈ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল। বিশ্ববিদ্যালয়ত ছাত্ৰী সুৰক্ষা আৰু শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে হিমাদ্ৰী শৰ্মাই। সাধাৰণ সম্পাদকৰ লগতে কেইবাটাও পদত হ'ব ত্ৰিকোণীয় যুঁজ।

Body:ইফালে ২৫ ছেপ্তেম্বৰত আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। জানিব পৰা মতে বিনাপ্ৰতিদ্বন্দিতাৰে ইতিমধ্যেই আছু সমৰ্থিত সাত প্ৰাৰ্থী জয়ী হৈছে। যাৰ বাবে ২৫ ছেপ্তেম্বৰত কেৱল উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদৰ বাবেহে অনুষ্ঠিত হ'ব। ইয়াৰে উপ সভাপতি পদত অভিলাষা মহন্ত আৰু ৰেছমা খাতুনে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদৰ বাবে কাবেৰী কৃষ্ণা দাস আৰু ৰূপম কাশ্যম মহন্তই প্ৰতিদ্বন্দিতা আগবঢ়াইছে। উল্লেখযোগ্য যে নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সদৌ অসম ছাত্ৰ সন্থা, এন এছ ইউ আই, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদি ছাত্ৰ সংগঠন।

Conclusion:HIRUL HAQUE I GUWAHATI
Last Updated : Sep 21, 2019, 11:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.