ETV Bharat / state

APSC ৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ বিষয়ত উচ্চ ন্যায়ালয়ত শুনানি

গুৱাহাটী ন্যায়ালয়ত শুকুৰবাৰে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰা হয় (HC Hearing on excluding language paper in APSC) ৷ অধিবক্তা সিদ্ধাৰ্থ শৰ্মাই অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৷

gauhati-hc-hearing-on-excluding-language-paper-in-apsc
APSC ৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ বিষয়ত উচ্চ ন্যায়ালয়ত শুনানী
author img

By

Published : Jan 22, 2022, 8:24 AM IST

গুৱাহাটী, 22 জানুৱাৰী : অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ(Excluding language paper in APSC) কৰাৰ বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে এক শুনানি গ্ৰহণ কৰা হয় ৷ অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ বিষয়ত গুৱাহাটী ন্যায়ালয়ত শুকুৰবাৰে এক শুনানি গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে, অধিবক্তা সিদ্ধাৰ্থ শৰ্মাই অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৮৩/২০২১ নম্বৰত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰ তৰিছিল (PIL against excluding language paper in APSC) ৷

এই গোচৰৰ সম্পৰ্কত গুৱাহাটী ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে এক শুনানি গ্ৰহণ কৰে । শুনানিত গোচৰীয় পক্ষৰ পৰা অধিবক্তা কমল নাৰায়ণ চৌধুৰী আৰু চৰকাৰী পক্ষৰ পৰা মহাধিবক্তা আৰু অসম লোকসেৱা আয়োগৰ ষ্টেডিং কমিটিৰ তন্ময়জ্যোতি মহন্ত উপস্থিত আছিল । গুৱাহাটী ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে দুয়ো পক্ষৰ বক্তব্য শুনে । আদালতে পৰৱৰ্তী সোমবাৰে চূড়ান্ত ৰায় দিয়াৰ বাবে দিন ধাৰ্য কৰিছে ।

লগতে পঢ়ক : Uddhab Bharali sent to judicial custody: কাৰাগাৰলৈ নিক্ষেপ পদ্মশ্ৰী উদ্ধৱ ভৰালীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.