ETV Bharat / state

ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ গাঞ্জা : আটক ভাতৃ-ভগ্নী - ETV-ASSAM

গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ আটক ভাতৃ-ভগ্নী ৷ সোমাবাৰে পুৱা ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ৰাজধানীএক্সপ্ৰেছৰ H1 নং ডবাৰ 15/16 নম্বৰ আসনৰ পৰা তিনিটা ব্ৰিফকেছত 45 কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে দুয়োজনক ।

ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ গাঞ্জা
author img

By

Published : Jul 29, 2019, 3:25 PM IST

  • গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ আটক ভাতৃ-ভগ্নী ৷
  • সোমাবাৰে পুৱা ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ৰাজধানীএক্সপ্ৰেছৰ H1 নং ডবাৰ 15/16 নম্বৰ আসনৰ পৰা তিনিটা ব্ৰিফকেছত 45 কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে দুয়োজনক ।
    ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ গাঞ্জা
  • গাঞ্জাখিনি মেঘালয়ৰ পৰা গুৱাহাটী ৰে'ল ষ্টেচনলৈ টেক্সিৰে আনি ৰে'লত দিল্লীলৈ লৈ যাব খুজিছিল সৰবৰাহকাৰী দুগৰাকীয়ে ৷
  • জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা ।
  • ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে ৷
  • গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰী মেঘালয়ৰ জালুপাৰা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ খাচী পাহাৰৰ লাবৰ খাৰপুৰী চিনৰেম আৰু দৰিশা চিনৰেম ৷

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত গাঞ্জাসহ এগৰাকী মহিলা আৰু এজন যুৱকক গ্ৰেপ্তাৰ

Body:সোমাবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনত ৰাজধানীএক্সপ্ৰেছৰ H1 নং ডবাৰ 15/16 নম্বৰ আসনৰ পৰা তিনিটা ব্ৰিফকেছত 45 কেজি ওজনৰ গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জাখিনি মেঘালয়ৰ পৰা গুৱাহাটী ৰেল ষ্টেচনলৈ টেক্সিৰে অনা হৈছিল আৰু তাৰ পাছত ৰেলত লৈ দিল্লীলৈ লৈ গৈ আছিল। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 5 লাখ টকা।

ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। গ্ৰেপ্তাৰ কৰা দুজন মেঘালয়ৰ জালুপাৰা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ খাচী পাহাৰৰ labor kharpuri Synrem(28) আৰু Darisha Synrem (32)। ধৃত দুজন সম্বন্ধত ভাতৃ আৰু বায়েক।

Byte আৰক্ষী অধিকাৰী

Conclusion:প্ৰায়ে গুৱাহাটী ৰেলৱে ষ্টেচনত বিভিন্ন নিচাজাতীয় পাদাৰ্থকে ধৰি সোণৰ বিস্কুট আৰু বিভিন্ন ধৰনৰ সা-সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে অস্ত্ৰ সৰবাৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবাৰাহকৰিয়ে ৰেল পথ ব্যৱহাৰ কৰি আহিছে।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.