ETV Bharat / state

গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুয়ে হাঁহি বিৰিঙাইছে ব্যৱসায়ীৰ

author img

By

Published : Oct 23, 2020, 9:39 PM IST

উৰণীয়া সেঁতু নিৰ্মাৰণৰ কাম আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকতে নিৰ্মিয়মান উৰণীয়া সেঁতুখনৰ আশে-পাশে থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ একপ্ৰকাৰ বন্ধ হোৱাৰ দৰে হৈছিল। ইয়াৰ মাজতে কা'' বিৰোধী আন্দোলনৰ প্ৰভাৱ আৰু তাৰ পাছতে ক’ৰণা মহামাৰীৰ বাবে লক ডাউন আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰুকৈয়ে জুৰুলা কৰিছিল সেইন স্থানত থকা ব্যৱসায়ী সকলক।

Ganeshguri new flyover shopkeeper happy
গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুয়ে হাঁহি বিৰিঙাইছে ব্যৱসায়ীৰ

গুৱাহাটী ২৩,অক্টোবৰঃ এক ১৯ মহীয়া উৎকণ্ঠাৰ অৱসান। বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিগত বৰ্ষৰ মাৰ্চত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা উৰণীয়া সেঁতুখন অতি কম সময়ৰ ভিতৰত তৎপৰতাৰে নিৰ্মাণ কৰি উলিয়ালে অসম লোক নিৰ্মাণ বিভাগৰ অধীনত গৌতম কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৱে।

উৰণীয়া সেঁতু নিৰ্মাৰণৰ কাম আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকতে নিৰ্মিয়মান উৰণীয়া সেঁতুখনৰ আশে-পাশে থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ একপ্ৰকাৰ বন্ধ হোৱাৰ দৰে হৈছিল। ইয়াৰ মাজতে কা'' বিৰোধী আন্দোলনৰ প্ৰভাৱ আৰু তাৰ পাছতে ক’ৰণা মহামাৰীৰ বাবে লক ডাউন আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰুকৈয়ে জুৰুলা কৰিছিল ব্যৱসায়ী সকলক।

সম্প্ৰতি উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ হ’ল। সেঁতুৰ তলত হ’ব পাৰ্কিঙৰ ব্যৱস্থা। স্বাভাৱিকতে এই কাৰ্যই সেঁতুৰ তলত আশে-পাশে থকা ব্যৱসায়ীসকলৰ মুখত সুদিন অহাৰ সম্ভাৱনাই বিৰিঙাইছে হাঁহি।

লগতে পঢ়কঃ অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.