ETV Bharat / state

আজি গণেশ চতুৰ্থী

author img

By

Published : Aug 22, 2020, 5:17 PM IST

শনিবাৰৰ দিনটো সম্পূৰ্ণ লক্ডাউন হোৱাৰ বাবে গণেশ চতুৰ্থী উপলক্ষ্যে বহু ভক্ত আহিব পৰা নাই মন্দিৰলৈ ৷ ইয়াৰ মাজতে সকলোৰে মংগল কামনা কৰি নেদেখাজনৰ ওচৰত সেৱা লৈছে ৰাইজে ৷ কৰ'ণা মহামাৰীৰ সংহাৰৰ বাবে গণেশ মন্দিৰ কৰ্তৃপক্ষই লৈছে বিশেষ ব্যৱস্থা ৷

Guwahati
Guwahati

গুৱাহাটী, 22 আগষ্টঃ আজি গণেশ চতুৰ্থী । সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন স্থানত সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন পৰিলক্ষিত হৈছে । সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ পৰা ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । গুৱাহাটীৰ গণেশ মন্দিৰ সমূহতো পুৱাৰে পৰা দেখা গ'ল ভক্তৰ ভিৰ । কৰ'ণাৰ ভয়াৱহতাৰ মাজতে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি সেৱা লয় ভক্ত সকলে ৷

লগতে পঢ়কঃ য়াকৰ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি অৰুণাচলৰ পশু পালন বিভাগৰ

শনিবাৰৰ দিনটো সম্পূৰ্ণ লক্ ডাউন হোৱাৰ বাবে গণেশ চতুৰ্থী উপলক্ষ্যে বহু ভক্ত আহিব পৰা নাই মন্দিৰলৈ ৷ ইয়াৰ মাজতে সকলোৰে মংগল কামনা কৰি নেদেখাজনৰ ওচৰত সেৱা লৈছে ৰাইজে ৷ কৰ'ণা মহামাৰীৰ সংহাৰৰ বাবে গণেশ মন্দিৰ কৰ্তৃপক্ষই লৈছে বিশেষ ব্যৱস্থা ৷ মন্দিৰৰ মূল-দুৱাৰ বন্ধ কৰি কেৱল মাত্ৰ পূজাৰ সামগ্ৰী আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে মন্দিৰ কতৃপক্ষই ৷ মনত বহু আশা লৈ মন্দিৰলৈ আহি ধূপ, চাকি জলাইছে ভক্তগণে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.