ETV Bharat / state

ৰাজ্যত ৩৯ খন সম-জিলা আৰু সদৰ ঠাই ঘোষণা ৰাজ্য চৰকাৰৰ - Xama Zilla in Assam

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Sub Districts announcement in Assam : ৪ অক্টোবৰৰ পৰা কাৰ্যক্ষম হ’ব ৩৯ খনকৈ উপ-জিলা ৷ এই উপ-জিলাসমূহক ৰাজ্য চৰকাৰে নামকৰণ কৰিছে ‘সম-জিলা’ নামেৰে । ঘোষণা কৰিছে এই সম-জিলাসমূহৰ সদৰ ঠাইৰ নাম ৷

Sub Districts announcement in Assam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : অসমৰ সাধাৰণ প্ৰশাসনীয় ব্যৱস্থাত ৰাজ্য চৰকাৰে ঘটাইছে আমুল পৰিৱৰ্তন ৷ অহা ৰাজ্যৰ ২১ খন জিলাত অহা ৪ অক্টোবৰৰ পৰা কাৰ্যক্ষম হ’ব ৩৯ খনকৈ উপ-জিলা ৷ এই উপ-জিলাসমূহক ৰাজ্য চৰকাৰে নামাংকন কৰা হৈছে ‘সম-জিলা’ নামেৰে ৷ লগতে ঘোষণা কৰিছে এই সম-জিলাসমূহৰ সদৰ ঠাইৰ নাম ৷

অসমৰ ৰাজ্যপালৰ নিৰ্দেশনামৰ্মে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননী জাৰি কৰি ঘোষণা কৰিছে নতুন সম-জিলাসমূহ আৰু ইয়াৰ সদৰ ঠাইসমূহৰ নাম ৷ লগতে ঘোষণা কৰিছে সম-জিলাৰ কাৰ্যালয়ত কি কি প্ৰশাসনীয় পদবী থাকিব ৷

Sub Districts announcement in Assam
ৰাজ্যত ৩৯ খন সম-জিলা আৰু সদৰ ঠাই ঘোষণা ৰাজ্য চৰকাৰৰ (ETV Bharat Assam)

সম-জিলা আৰু ইয়াৰ সদৰ ঠাইসমূহ :

১/ ধুবুৰী জিলা :

ক) বিলাসীপাৰা, সদৰ ঠাই : বিলাসীপাৰা

খ) গোলকগঞ্জ, সদৰ ঠাই : বিলাসীপাৰা

২/ বঙাইগাঁও :

ক)অভয়াপুৰী, সদৰ ঠাই: অভয়াপুৰী

৩/ কামৰূপ :

ক) ৰঙিয়া, সদৰ ঠাই: ৰঙিয়া

৪/ নগাঁও :

ক) কলিয়াবৰ, সদৰ ঠাই : কলিয়াবৰ

খ) ৰহা, সদৰ ঠাই : ৰহা

৫/ বিশ্বনাথ :

ক) গহপুৰ, সদৰ ঠাই : গহপুৰ

খ) বিহালী, সদৰ ঠাই : বিহালী

Sub Districts announcement in Assam
ৰাজ্যত ৩৯ খন সম-জিলা আৰু সদৰ ঠাই ঘোষণা ৰাজ্য চৰকাৰৰ (ETV Bharat Assam)

৬/ লখিমপুৰ :

ক) ঢকুৱাখনা, সদৰ ঠাই : ঢকুৱাখনা

৭/ ধেমাজি :

ক) জোনাই, সদৰ ঠাই : জোনাই নগৰ

৮/ তিনিচুকীয়া :

ক) শদিয়া, সদৰ ঠাই : শদিয়া

খ) মাৰ্ঘেৰিটা, সদৰ ঠাই : মাৰ্ঘেৰিটা

গ) ডুমডুমা, সদৰ ঠাই : ডুমডুমা

৯/ শিৱসাগৰ :

ক) নাজিৰা, সদৰ ঠাই : নাজিৰা

খ) ডিমৌ, সদৰ ঠাই : ডিমৌ

১০/ যোৰহাট :

ক) তিতাবৰ, সদৰ ঠাই : তিতাবৰ

১১/ গোলাঘাট :

ক) সৰুপথাৰ, সদৰ ঠাই : সৰু পথাৰ

খ) বোকাখাত, সদৰ ঠাই : বোকাখাত

গ) দেৰগাঁও, সদৰ ঠাই : দেৰগাঁও

১২/ কাছাৰ :

ক) লক্ষীপুৰ, সদৰ ঠাই : ৱাৰ্ড নং-২, লক্ষীপুৰ পৌৰ সভা

১৩/ গোৱালপাৰা :

ক) পশ্চিম গোৱালপাৰা, সদৰ ঠাই : আগিয়া

১৪/ কামৰূপ মহানগৰ :

ক) দিছপুৰ, সদৰ ঠাই : দিছপুৰ

খ) নিউ গুৱাহাটী, সদৰ ঠাই : হেঙেৰাবাৰী

গ) ডিম’ৰীয়া, সদৰ ঠাই : সোণাপুৰ

ঘ) জালুকবাৰী, সদৰ ঠাই : জালুকবাৰী

১৫/ দৰং : ক) ছিপাঝাৰ, সদৰ ঠাই : ছিপাঝাৰ

খ) দলগাঁও : দলগাঁও

১৬/ মৰিগাঁও :

ক) জাগীৰোড, সদৰ ঠাই : জাগীভকত গাঁও

খ) লাহৰীঘাট, সদৰ ঠাই : লাহৰীঘাট

১৭) হোজাই :

ক) লামডিং, সদৰ ঠাই : বামুণগাঁও

১৮) শোণিতপুৰ :

ক) ন-দুৱাৰ, সদৰ ঠাই : কুসুমতলা

খ) ঢেকিয়াজুলি, সদৰ ঠাই : ঢেকিয়াজুলি

১৯/ ডিব্ৰুগড় :

ক) খোৱাং, সদৰ ঠাই : খোৱাং

খ) টিংখাং, সদৰ ঠাই : টিংখাং

গ) নাহৰকটীয়া, সদৰ ঠাই : নাহৰকটীয়া

ঘ) দুলীয়াজান, সদৰ ঠাই : দুলীয়াজান

২০) চৰাইদেউ :

ক) মাহমৰা : সদৰ ঠাই- মৰাণহাট

২১/ কৰিমগঞ্জ :

ক) ৰামকৃষ্ণ নগৰ, সদৰ ঠাই : আৰ. কে. নগৰ টাউন

উল্লেখযোগ্য যে ইতিমধ্যেই যোৱা আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত আছিল যে অসমত প্ৰশাসনীয় সংস্কাৰৰ বাবে কেতবোৰ নতুন উপ-জিলা গঠন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, ‘‘প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ বাবে মুঠ ৮১ খন উপ-জিলা গঢ়ি তোলা হৈছে ৷ এই উপ-জিলাসমূহৰ দায়িত্বত থাকিব অতিৰিক্ত জিলা আয়ুক্ত ৷’’

সেই অনুসৰিয়েই পূৰ্বৰ জিলা সদৰসমূহক প্ৰতিনিধিত্ব কৰা মহকুমা সদৰসমূহক বাদ দি মুঠ ৩৯ খন উপ-জিলা ‘সম-জিলা’ নামকৰণেৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৷ এই সম-জিলাসমূহৰ কাম-কাজ অহা ৪ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ।

লগতে পঢ়ক : NRCৰ নামত এখন কোনে নাটক কৰিছে ? নগাঁৱত সুস্মিতা দেৱৰ বহুকেইটা বিস্ফোৰক মন্তব্য

শিক্ষা বিভাগৰ জাননী: পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰেই হ'ব পাঠদান

চৰকাৰী খৰচতে পঢ়ুৱাব পাৰিব ব্যক্তিগত বিদ্যালয়ত ! অসম চৰকাৰৰ চৰকাৰৰ বিশেষ আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.