গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা। মাত্ৰ কেইটামান মাহৰ ভিতৰতে ফাটিল চাৰিখনকৈ পতাকা।
পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা - পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা
এই প্ৰৰ্যন্ত চাৰিখনকৈ পতাকা ফাটিল গান্ধী মণ্ডপত
পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা
গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা। মাত্ৰ কেইটামান মাহৰ ভিতৰতে ফাটিল চাৰিখনকৈ পতাকা।
Intro:পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা চতুৰ্থ খন পতাকা।
Body:পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা তৃতীয় খন পতাকা। ২ অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উত্তোলন কৰিছিল ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ তৃতিয় বৃহৎ এই জাতীয় পতাকা খন। প্রায় তিনি কোটি টকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰ গ্ৰহণ কৰিছিল এই প্ৰকল্পৰ। আজি লয় ফেটিল গান্ধী মণ্ডপত লগোৱা ৪ খনকৈ পতাকা।
Conclusion:Asrar Ansari গুৱাহাটী