ETV Bharat / state

লোকসভা নিৰ্বাচৰ পাচতেই মহানগৰীত উৰ্ধ্বগামী ইন্ধনৰ মূল্য

বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য হয়গৈ 70.88 টকা আৰু ডিজেলৰ মূল্য 66.91 টকা ৷

author img

By

Published : May 24, 2019, 11:40 AM IST

লোকসভা নিৰ্বাচৰ পাচতেই মহানগৰীত উৰ্ধ্বগামী ইন্ধনৰ মূল্য

গুৱাহাটী,24 মে': লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই গুৱাহাটীত বৃদ্ধি ইন্ধনৰ মূল্য ৷ শুকুৰবাৰে গুৱাহাটী মহানগৰীত বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ গুৱাহাটীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য 15 পইচাকৈ বৃদ্ধি পোৱাৰ লগতে 14 পইচাকৈ বৃদ্ধি পায় ডিজেলৰ মূল্য ৷

বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য 70.88 টকা হোৱাৰ লগতে ডিজেলৰ মূল্য হয়গৈ 66.91 টকা ৷

Intro:লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছদিনাখনে বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:গুৱাহাটীত আজিও বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। গুৱাহাটীৰত আজি প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭০.৮৮ ( 70.88) টকা। ১৫ পইছাকৈ বৃদ্ধি পালে প্ৰট্ৰলৰ মূল্য। ৬৬.৯১ (66.91) টকাকৈ প্ৰতিলিটাৰ ডিজেলৰ দাম ১৭ পইছাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.