ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত  বৃদ্ধি পালে ৬ পইচা

author img

By

Published : Feb 11, 2019, 11:30 AM IST

ইন্ধনৰ মূল্য

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: গুৱাহাটীত সোমবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৬ পইচাকৈ ।

ইন্ধনৰ মূল্য
undefined

মহানগৰীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৭৯ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.০৫ টকা ।

Intro:আজি পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:গুৱাহাটীত আজি পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। গুৱাহাটীৰত আজি প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৬৯.৭৯ ( 69.79) টকা। ০৫ পইছাকৈ বৃদ্ধি পালে প্ৰট্ৰলৰ মূল্য। ৬৬.০৫ (66.05) টকাকৈ প্ৰতিলিটাৰ ডিজেলৰ দাম। ০৬ পইছাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য।

Byte

Conclusion:Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.