ETV Bharat / state

পাণ্ডুৰ সাত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Dec 27, 2020, 8:10 PM IST

মহানগৰীৰ পাণ্ডুৰ বিবিচি কলনি খেলপথাৰত দেওবাৰে অনুষ্ঠিত কৰা হয় এখন খেলৰ প্ৰতিযোগিতা ৷ য়ং ষ্টাৰ এচছিয়েচন আৰু মা ভাৰতী একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিযোগিতাখন ৷

পাণ্ডুৰ সাত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
পাণ্ডুৰ সাত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

গুৱাহাটী, 27 ডিচেম্বৰ: য়ং ষ্টাৰ এচছিয়েচন আৰু মা ভাৰতী একাডেমীৰ উদ্যোগত মহানগৰীৰ পাণ্ডুৰ বিবিচি কলনি খেলপথাৰত দেওবাৰে অনুষ্ঠিত কৰা হয় এখন খেলৰ প্ৰতিযোগিতা ৷ অঞ্চলটোৰ শিশুসকলৰ মাজত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন ৷ পাণ্ডু অঞ্চলৰ যুৱক ৰাজু বৰুৱা, বাপ্পি দাস, বাপ্পা পাল, ৰাতুল সেন, বিপ্লৱ দাস, দুলাল দেৱ, পংকজ চক্ৰৱৰ্তী, নিৰ্মল চকলদাৰে উদ্যোগমৰ্মে অনুষ্ঠিত কৰা হয় খেলখন ৷

য়ং ষ্টাৰ এচছিয়েচন আৰু মা ভাৰতী একাডেমীৰ উদ্যোগত পাণ্ডুত খেল প্ৰতিযোগিতা

হত্তৰ পাণ্ডু-মালিগাঁও অঞ্চলৰ শিশু, কিশোৰ-কিশোৰীসকল যাতে নিচাৰ কবলত নপৰে তাৰ বাবে অঞ্চলটোত বিনামূলীয়াকৈ এক অনুষ্ঠান আৰম্ভ কৰিছে তেওঁলোকে ৷ য'ত ক্ৰিকেট, ফুটবল, কাৰাটে আদিৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰায় ২০০ শিশুসহ কিশোৰ-কিশোৰীক বিগত কিছুদিনৰ পৰা বিনামূলীয়াকৈ পঢ়া-শুনাকে ধৰি বিভিন্ন প্ৰশিক্ষণ দি আহিছে তেওঁলোকে ৷ দেওবাৰে সেইসকল প্ৰশিক্ষণৰতৰ মাজত বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক: 2020 বৰ্ষৰ শেষৰটো দেওবাৰে কলিয়াবৰত বনভোজ দলৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.