- পানবজাৰ আৰক্ষী থানাত ৪৫ মিনিটজোৰা সোধ-পোছৰ অন্তত যাবলৈ দিয়া হ’ল 4 গৰাকী পৰীক্ষাৰ্থীক
- ভিক্টৰ দাসৰ টুইটৰ সন্দৰ্ভত তুলিকা কাকতি, কন্দৰ্প ডেকা, ৰাহুল কলিতা আৰু মনিকা ভৰালীক সোধ-পোছৰ বাবে মতা হৈছিল
- অম্লান জ্যোতি দত্তক এতিয়াও অব্যাহত ৰাখিছে সোধ পোছ
- অম্লান দাসৰ লগতে আন ৪ ছাত্ৰ-ছাত্ৰীক তলব কৰিছিল আৰক্ষীয়ে
- ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰক
৪৫ মিনিটজোৰা সোধ-পোছৰ অন্তত যাবলৈ দিয়া হ’ল ৪ ছাত্ৰ-ছাত্ৰীক
পানবজাৰ আৰক্ষী থানাত ৪৫ মিনিটজোৰা সোধাপোছাৰ অন্তত যাবলৈ দিয়া হ’ল 4 গৰাকী পৰীক্ষাৰ্থী ৷ ভিক্টৰ দাসৰ টুইটৰ সন্দৰ্ভত তুলিকা কাকতি, কন্দৰ্প ডেকা, ৰাহুল কলিতা আৰু মনিকা ভৰালীক সোধ-পোছৰ বাবে মাতিছিল আৰক্ষীয়ে (Four students were released after 45 minutes of questioning)৷
Four students were released after 45 minutes of questioning