ETV Bharat / state

সোণাপুৰত আৰ্তজনৰ কাষত একাংশ চৰকাৰী বিষয়া

author img

By

Published : Apr 26, 2020, 5:43 PM IST

সোণাপুৰৰ ৰংদলৈ গাঁৱত শতাধিক দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত একাংশ চৰকাৰী বিষয়াৰ ৷

food distibutaion sonapur officers
সোণাপুৰত আৰ্তজনৰ কাষতঃ একাংশ চৰকাৰী বিষয়া

গুৱাহাটী 26 এপ্ৰিলঃ লক ডাউনৰ সময়চোৱাত কষ্টৰে জীৱন নিৰ্বাহ কৰা শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত দেওবাৰে সহায়ৰ হাত আগবঢ়ায় মহানগৰীৰ সোণাপুৰত একাংশ চৰকাৰী বিষয়াই।

আই এ এছ বিষয়া উমানন্দ দলেৰ নেতৃত্বত অহা বিভিন্ন বিভাগৰ বিষয়াসকলে ৰংদলৈ গাঁৱৰ দহ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল ,দাইল,মিঠাতেল,আলু,পিয়াজ আদি প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ লগতে কি দৰে ক‘ৰণা ভাইৰাছৰ পৰা কি দৰে ৰক্ষা পাব পাৰি সেই বিষয়ে গাঁওবাসীৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ চেষ্টা চলাই ৷ লগতে সামাজিক দুৰত্ব বজাই ৰাখিবৰ বাবে আহ্বান জনাই ৷ ইপিনে বিষয়াসকলে গাঁওখনত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যক শলাগ লয় ।

লগতে পঢকঃ লক ডাউন 2.0 : অনলাইন শিক্ষাগ্ৰহণত দুৰ্দশা শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.