ETV Bharat / state

মহানগৰীত ৰাষ্ট্ৰীয় ল'জিষ্টিকছ সন্মিলন

শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সন্মিলনত অংশগ্ৰহণ কৰে বিভিন্ন দেশ-বিদেশৰ প্ৰতিনিধিয়ে ।

মহানগৰীত ৰাষ্ট্ৰীয় ল'জিষ্টিকছ সন্মিলন
author img

By

Published : Jun 15, 2019, 6:32 AM IST

গুৱাহাটী,15 জুন : প্ৰথমবাৰৰ বাবে মহানগৰীৰ হোটেল ৰেডিচন ব্লু'ত ৰাষ্ট্ৰীয় ল'জিষ্টিকছ সন্মিলন ৷ শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সন্মিলনত অংশগ্ৰহণ কৰে বিভিন্ন দেশ-বিদেশৰ প্ৰতিনিধিয়ে ।

এই সন্মিলনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ল'জিষ্টিকছ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ উৎপাদন আৰু সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা কৰা হয় । এই সন্মিলনৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগিক ক্ষেত্ৰক বিশেষভাৱে আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰা হৈছে । শেহতীয়াকৈ উদ্যোগিক ক্ষেত্ৰত উত্তৰ-পূৱক বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে । উদ্যোগসমূহৰ সামগ্ৰী অন্য দেশসমূহৰ সৈতে আমদানি-ৰপ্তানিৰ জৰিয়তে গুৱাহাটীক পৰিবহন হাব হিচাপে গঢ়ি তোলাৰো এক পদক্ষেপ হাতত লোৱা হৈছে । এই সন্মিলনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিকভাৱে উন্নয়ন হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

মহানগৰীত ৰাষ্ট্ৰীয় ল'জিষ্টিকছ সন্মিলন

\

Intro:শুকুৰবাৰে মহানগৰীৰ হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হয় প্ৰথম ৰাষ্ট্ৰীয় ল'জিষ্টিকছ সন্মিলন। উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সন্মিলনত বিভিন্ন দেশ বিদেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ল'জিষ্টিকছ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ উৎপাদন আৰু সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা কৰা হয় এই সন্মিলনত। এই সন্মিলনৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগিক ক্ষেত্ৰক বিশেষভাৱে আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰা হৈছে। শেহতীয়াকৈ উদ্যোগিক ক্ষেত্ৰত উত্তৰ পূৱক বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে। উদ্যোগসমূহৰ সামগ্ৰী দেশসমূহৰ সৈতে আমদানি ৰপ্তানিৰ জৰিয়তে গুৱাহাটীক পৰিবহন হাব হিচাপে গঢ়ি তোলাৰো এক পদক্ষেপ হাতত লোৱা হৈছে। এই সন্মিলনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল সামগ্ৰিকভাৱে উন্নতি হ'ব বুলি সকলোৱে আশা ব্যক্ত কৰিছেBody:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.