- নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা
- অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ
- অশ্লীল গালি-গালাজেৰে পাণ্ডুৰ হৰিজন কলনীত ত্ৰাসৰ সৃষ্টি চাৰি দুৰ্বৃত্তৰ
- এই কাৰ্যত দলটোক বাধা দিয়াত চোকা অস্ত্ৰৰে আক্ৰমণ ৰাজু বাছফৰ নামৰ লোকজনক
- অতি সংকটজনক অৱস্থাত জি এন আৰ চিত ভৰ্তি ৰাজু বাছফৰক
- জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে
- যদিও দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা
মালিগাঁৱত অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ - ৰাজু বাছফৰ
নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে ৰাজু বাছফৰ নামৰ এজন লোক ৷
![মালিগাঁৱত অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3733867-thumbnail-3x2-hkhllj.jpg?imwidth=3840)
নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা
- নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা
- অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ
- অশ্লীল গালি-গালাজেৰে পাণ্ডুৰ হৰিজন কলনীত ত্ৰাসৰ সৃষ্টি চাৰি দুৰ্বৃত্তৰ
- এই কাৰ্যত দলটোক বাধা দিয়াত চোকা অস্ত্ৰৰে আক্ৰমণ ৰাজু বাছফৰ নামৰ লোকজনক
- অতি সংকটজনক অৱস্থাত জি এন আৰ চিত ভৰ্তি ৰাজু বাছফৰক
- জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে
- যদিও দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা
Intro:নিশাৰ মহানগৰীত লোমহৰ্ষক ঘটনা। মালিগাঁৱত এগৰাকী অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ। সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত অশোক বাছফৰ, নিৰ্মল বাছফৰ, ৰাজেশ বাছফৰ, ৰাজা বাছফৰ নামৰ লোকজনে সুৰাপান কৰি অশ্লীল গালি গালাজেৰে পাণ্ডু হৰিজন কলনীত ত্ৰাসৰ সৃষ্টি কৰিছিল। এই কাৰ্যত যুৱকৰ দলটোক বাধা দিয়াত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৰাজু বাছফৰ নামৰ লোকজনক। অতি সংকটজনক অৱস্থাত GNRC হস্পিতালত ভৰ্তি হৈ আছে ৰাজু বাছফৰ। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।Body:Hirul Haque Conclusion:Guwahati