গুৱাহাটী,6 আগষ্ট : নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্যন এণ্ড ডিজাইন কাউন্সিলে মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহ। ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহ উপলক্ষে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্যন এণ্ড ডিজাইন কাউন্সিলে মহানগৰীত অনুষ্ঠিত কৰে পশ্চিমীয়া আৰু পৰম্পৰাগত সাজপাৰ এক ফেশ্যন শ্ব' । ফেছন শ্ব'টোত ৬ গৰাকী ডিজাইনাৰৰ দ্বাৰা নিৰ্মিত বিভিন্ন পশ্চিমীয়া আৰু পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ দিয়ে ২৪ গৰাকী মডেলে ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালিকা কবিতা ডেকা ৷ লগতে উপস্থিত থাকে ৰাজ্যৰ ফেশ্যন উদ্যোগৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ আপুৰুগীয়া হাতে বোৱা কাপোৰ আৰু ডিজাইন বিশ্ব দৰবাৰত এক সুকীয়া আসন দখলৰ প্ৰয়াসৰ বাবে চৰকাৰৰ অনুমোদন সাপেক্ষে গঠন কৰা হৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিল ৷
হস্ততাঁত সপ্তাহ উপলক্ষে মহানগৰীত ফেশ্যন শ্ব' - ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিল
ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহৰ লগত সংগতি ৰাখি নৰ্থ ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিলে মহানগৰীত অনুষ্ঠিত কৰে পশ্চিমীয়া আৰু পৰম্পৰাগত সাজপাৰৰ এক ফেশ্যন শ্ব'
গুৱাহাটী,6 আগষ্ট : নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্যন এণ্ড ডিজাইন কাউন্সিলে মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহ। ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহ উপলক্ষে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্যন এণ্ড ডিজাইন কাউন্সিলে মহানগৰীত অনুষ্ঠিত কৰে পশ্চিমীয়া আৰু পৰম্পৰাগত সাজপাৰ এক ফেশ্যন শ্ব' । ফেছন শ্ব'টোত ৬ গৰাকী ডিজাইনাৰৰ দ্বাৰা নিৰ্মিত বিভিন্ন পশ্চিমীয়া আৰু পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ দিয়ে ২৪ গৰাকী মডেলে ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালিকা কবিতা ডেকা ৷ লগতে উপস্থিত থাকে ৰাজ্যৰ ফেশ্যন উদ্যোগৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ আপুৰুগীয়া হাতে বোৱা কাপোৰ আৰু ডিজাইন বিশ্ব দৰবাৰত এক সুকীয়া আসন দখলৰ প্ৰয়াসৰ বাবে চৰকাৰৰ অনুমোদন সাপেক্ষে গঠন কৰা হৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিল ৷
Body:নৰ্থ ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিলয়ে আজি দিনযোৰ কাৰ্যসূচীৰে উদযাপন কৰে ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহ । ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহৰ লগত সংগতি ৰাখি নৰ্থ ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিলয়ে মহানগৰীত অনুষ্ঠিত কৰে পশ্চিমীয়া আৰু পৰম্পৰাগত সাজপাৰ এক ফেছন শ্ব। ফেছন শ্বটোত ৬ গৰাকী ডিজাইনাৰৰ দ্বাৰা নিৰ্মিত বিভিন্ন পশ্চিমীয়া আৰু পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ২৪ গৰাকী মডেলে ৰেম্পত খোজ দিয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালিকা কবিতা ডেকাৰ লগতে ৰাজ্যৰ ফেছন উদ্যগৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
Conclusion:নৰ্থ ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিল হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আপুৰুগীয়া হাতে বোৱা কাপোৰ আৰু ডিজাইন বিশ্ব দৰবাৰত এক সুকীয়া আসন প্ৰদানৰ বাবে গঠন কৰা এক চৰকাৰী পঞ্জীয়নভূক্ত বেচৰকাৰী সংগঠন।