ETV Bharat / state

দিছপুৰ আৰক্ষীৰ জালত CM ভিজিলেঞ্চৰ ভুৱা DSP - নলবাৰীৰ বালিকুৰিহাত

২০১৮ চনৰ পৰাই যতীয়াস্থিত সৰস্বতী এপাৰ্টমেণ্টৰ প্ৰদীপ বৰুৱাৰ বাসগৃহত ভাৰতীয়া হিচাপে থকা ধৃত কবিতা শৰ্মাই বিগত কেইবামাহ ধৰি ভাড়া পৰিশোধ কৰা নাছিল । তাৰ বিপৰীতে বাসগৃহৰ মালিকে ভাড়া খুজিলে নিজকে CM ভিজিলেঞ্চৰ DSP বুলি ভাবুকি প্ৰদান কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ।

দিছপুৰ আৰক্ষীৰ জালত CM ভিজিলেঞ্চৰ ভুৱা DSP

author img

By

Published : Mar 24, 2021, 4:53 PM IST

Updated : Mar 24, 2021, 5:07 PM IST

গুৱাহাটী,২৪ মাৰ্চঃ দিছপুৰ আৰক্ষীৰ জালত ভুৱা ডিএছপি । নিজকে CM ভিজিলেঞ্চৰ DSP বুলি দম্ভালি মাৰি অহা ধৃত যুৱতী গৰাকীৰ নাম কবিতা শৰ্মা । পেচাত ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী কবিতা শৰ্মাক ভগদত্তপূৰ আৰক্ষীয়ে মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰি দিছপুৰ আৰক্ষীক চমজাই দিয়ে । ২০১৮ চনৰ পৰাই জতিয়াস্থিত সৰস্বতী এপাৰ্টমেণ্টৰ প্ৰদীপ বৰুৱাৰ বাসগৃহত ভাৰতীয়া হিচাপে থকা ধৃত কবিতা শৰ্মাই বিগত কেইবামাহ ধৰি ভাড়া পৰিশোধ কৰা নাছিল । তাৰ বিপৰীতে বাসগৃহৰ মালিকে ভাড়া খুজিলে নিজকে CM ভিজিলেঞ্চৰ DSP বুলি ভাবুকি প্ৰদান কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ।

দিছপুৰ আৰক্ষীৰ জালত CM ভিজিলেঞ্চৰ ভুৱা DSP

ইপিনে ধৃত কবিতা শৰ্মাৰ ঘৰ নলবাৰীৰ বালিকুৰিহাতত । ভাড়াঘৰৰ মালিক প্ৰদীপ বৰুৱাৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে 1125/21 নম্বৰত গোচৰৰ ৰজু কৰি IPC 406/419/420 ৰ অধীনত যুৱতী গৰাকীক আদালতত হাজিৰ কৰোৱায় ।

লগতে পঢ়কঃ দৰমহাৰ দ্বাৰা আমি মহিলাসকলক তেওঁলোকৰ অৱদানৰ স্বীকৃতিহে দিব বিচাৰিছো: কমল হাচান

Last Updated : Mar 24, 2021, 5:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.