ETV Bharat / state

শীঘ্ৰে অত্যাধুনিক ৰূপ দিয়া হ'ব বৰঝাৰ বিমানবন্দৰ - মণিৰাম দেৱান ট্ৰেড চেন্টাৰ

মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভাৰত চৰকাৰৰ MSME ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলন ৷ সন্মিলনত অংশ গ্ৰহণ কৰা বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰ প্ৰাধিকৰণে বিমানবন্দৰটো শীঘ্ৰে অতি অত্যাধুনিক ৰূপ দিয়া হ'ব মন্তব্য কৰে ৷

বৰঝাৰ বিমানবন্দৰ
শীঘ্ৰে অত্যাধুনিক ৰূপ দিয়া হ'ব বৰঝাৰ বিমানবন্দৰ
author img

By

Published : Jan 18, 2020, 11:57 PM IST

গুৱাহাটী, 18 জানুৱাৰীঃ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভাৰত চৰকাৰৰ MSME ৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলন । দেশ বিদেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অসমৰ বস্ত্ৰ, থলুৱা সম্পদ, চৰকাৰী বিভাগৰ ভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয় এই সন্মিলনত ।

শীঘ্ৰে অত্যাধুনিক ৰূপ দিয়া হ'ব বৰঝাৰ বিমানবন্দৰ

তাৰোপৰি বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই অংশগ্ৰহণ কৰে এই সন্মিলনত । বিমানবন্দৰৰ বিভিন্ন দিশসমূহ ৰাইজক জনাই কৰ্তৃপক্ষই । ইফালে অনাগত দিনত হ'ব লগা বিমানবন্দৰৰ নতুন ৰূপটো বিশেষ ভাৱে প্ৰদৰ্শন কৰা হয় এই সন্মিলনত । শীঘ্ৰেই অত্যাধুনিক ৰূপ দিয়া হ'ব বৰঝাৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰক । ইতিমধ্যেই পূৰ্ণগতিত কাম চলি থকাৰ কথা জনাইছে বিমানবন্দৰ কৰ্তৃপক্ষই । উল্লেখ্য যে, ১৯ জানুৱাৰী দেওবাৰলৈ চলিব এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলনখন ।

আৰু পঢ়কঃ অসম আৰক্ষীত ৰদবদল

Intro:গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভাৰত চৰকাৰৰ MSMEৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এক আন্তৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলন। দেশ বিদেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অসমৰ বন্ত্ৰ, থলুৱা সম্পদ, চৰকাৰী বিভাগৰ ভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয়। তাৰোপৰি বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰ প্ৰাধিকৰণে অংশগ্ৰহণ কৰে এই সন্মিলনত। বিমানবন্দৰৰ বিভিন্ন দিশসমূহ ৰাইজক জনাই কৰ্তৃপক্ষই। ইফালে অনাগত দিনত হ'ব লগা বিমানবন্দৰৰ নতুন ৰূপটো বিশেষ ভাৱে প্ৰদৰ্শন কৰা হয়। কিছুদিন পিছতে অতি অত্যাধুনিক ৰূপ দিয়া হ'ব বৰঝাৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰক। ইতিমধ্যেই পূৰ্ণগতিত কাম চলি থকাৰ কথা জনালে বিমানবন্দৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে অহা ১৯ তাৰিখলৈ চলিব এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলনখন।

Body:Guwahati

Conclusion:Hirul haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.