ETV Bharat / state

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই

চৰকাৰী, প্ৰাদেশীকৃত অথবা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষার্থীসকলৰ বাবে পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই । এই ৰেহাইৰ ক্ষেত্ৰত শিক্ষার্থীসকলৰ পৰিয়ালৰ উপার্জন বছৰি ২ লাখ টকাৰ অধিক হ’ব নোৱাৰিব ।

exam centre fees exemption for Higher Secondary Final years students
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
author img

By

Published : Nov 12, 2021, 3:16 PM IST

গুৱাহাটী, 12 নৱেম্বৰ : উচ্চতৰ মাধ্যমিকৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থী সকলৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে বিশেষ জাননী । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষার্থীৰ পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই দিছে ৰাজ্য চৰকাৰে । চৰকাৰী, প্ৰাদেশীকৃত অথবা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষার্থী সকলেহে এই মাচুল ৰেহাই পাব ।

exam centre fees exemption for Higher Secondary Final years students
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

লগতে পঢ়ক : তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

আনহাতে, এই ৰেহাইৰ ক্ষেত্ৰত শিক্ষার্থী সকলৰ পৰিয়ালৰ উপার্জন বছৰি ২ লাখ টকাৰ অধিক হ’ব নোৱাৰিব । পৰিয়ালৰ উপাৰ্জন ২ লাখ টকাৰ কম থকা শিক্ষাৰ্থী সকলে এই সুবিধা লাভ কৰিব । বিগত বৰ্ষৰ দৰে এই বছৰো শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী সকলক নিৰ্দেশনা সমূহ অনুসৰণ কৰিবলৈ অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদে নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক : লখিমপুৰ খেৰীৰ ঘটনা:১৫ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.