গুৱাহাটী , 6 জানুৱাৰী : মহানগৰীৰ হোটেল অম্বৰীসত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল । নাগৰিকত্ব সংশোধনী আইনক লৈ সংবাদমেল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুবল্কী বিশৃংখল মন্ত্ৰী বুলি সংবাদ মেলত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেঁও নাগৰিকত্ব সংশোধনী আইনক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে ৷ অসম চুক্তি 6ক দফাৰ সংশোধনী নকৰাকৈ 6খ দফাৰ সংশোধনী কৰিব নোৱাৰে ৷ সেয়ে এতিয়া কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইনত কৰা সংশোধনী অসংবিধানিক বুলি সংবাদমেলত মন্তব্য কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰীক সাক্ষাৎৰ চেষ্টা চলাইছিল যদিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে গৃহমন্ত্ৰীক সাক্ষাৎতৰ অনুমতি দিছিল বুলি সংবাদ মেলত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷
অসম চুক্তিৰ 6(ক) দফা সংশোধন নকৰাকৈ 6(খ) দফা সংশোধন কৰিব নোৱাৰি ! - নাগৰিকত্ব সংশোধনী আইন
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল । মহানগৰীৰ হোটেল অম্বৰীসত নাগৰিকত্ব সংশোধনী আইনক লৈ সংবাদমেল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷
গুৱাহাটী , 6 জানুৱাৰী : মহানগৰীৰ হোটেল অম্বৰীসত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল । নাগৰিকত্ব সংশোধনী আইনক লৈ সংবাদমেল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুবল্কী বিশৃংখল মন্ত্ৰী বুলি সংবাদ মেলত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেঁও নাগৰিকত্ব সংশোধনী আইনক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে ৷ অসম চুক্তি 6ক দফাৰ সংশোধনী নকৰাকৈ 6খ দফাৰ সংশোধনী কৰিব নোৱাৰে ৷ সেয়ে এতিয়া কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইনত কৰা সংশোধনী অসংবিধানিক বুলি সংবাদমেলত মন্তব্য কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰীক সাক্ষাৎৰ চেষ্টা চলাইছিল যদিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে গৃহমন্ত্ৰীক সাক্ষাৎতৰ অনুমতি দিছিল বুলি সংবাদ মেলত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷
Body:• বহুবল্কী বিশৃংখল মন্ত্ৰী হিমন্ত বিশ্ব ৷ তেঁও CAAক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে ৷
• অসম চুক্তি 6A ৰ সংশোধনী নকৰাকৈ 6 B সংশোধনী কৰিব নোৱাৰে ৷
সেয়ে এতিয়া কেন্দ্ৰই CAAত কৰা সংশোধনী অংবিধানিক ৷
2·5 কোটি বাংলাদেশী সংখ্যালঘু এতিয়া ভাৰতলৈ আহিব CAA হোৱাৰ পিছত ৷
বাংলাদেশৰ,সংখ্যালঘু নেতা প্ৰামনিকে এই তথ্য আগবঢ়াইছে ৷
Conclusion:• কা বাতিল সন্দৰ্ভত প্ৰধানমনমন্ত্ৰীক সাক্ষাৎৰ চেষ্টা চলাইছিলো কিন্ত প্ৰধানমন্ত্ৰী কায্যলয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰিৱতে গৃহমন্ত্ৰীক সাক্ষাৎতৰ অনুমতি দিছিল ৷ কাৰন কা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কোনো লোককে সাক্ষাৎ কৰিব নিচিবাৰে